সাদিনৰ তোমাৰ লেখাটো পঢ়িলোঁ।তথ্য সমৃদ্ধ হৈছে।খুব সুন্দৰকৈ লিখিছা। ড° অংকুমণি দাস অধ্যাপক, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন বিশ্ববিদ্যালয়, অসমীয়া বিভাগ ১০-১২-২০২৫ [07/12, 9:40 am] ড° অৰবিন্দ ৰাজখোৱা(NLC): ৰাজেন, তোমাৰ 'সাদিন'ৰ লেখাটো বৰ ভাল পাইছোঁ। [07/12, 10:32 am] ড° অৰবিন্দ ৰাজখোৱা(NLC): পাছত শুদ্ধ কৰিবা। কিন্তু কামটো ভাল হৈছে। সাদিনৰ লেখা ভাল লাগিল। ডকুমেণ্টৰী কৰিবা। ড° জয়ন্ত কুমাৰ বৰাছাৰ,৮-১২-২০২৫