উন্মীলনলৈ,২৬-১২-২০২৫

 যুৱ লেখক সন্মিলন, উন্মীলনলৈ এইবাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। মই মোৰ কলমেৰে এদিন নহয় এদিন আৰু সুন্দৰ সৃষ্টিশীল বীজ অংকুৰিত কৰিব পাৰিম বুলি বিশ্বাস কৰিছোঁ। এইক্ষেত্ৰত পাঠকসকল মোৰ বাবে প্ৰথম আৰু প্ৰধান হৰ্তাকৰ্তা হ'ব।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা