ৰাতুল ছাৰ

 বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ ড° ৰাতুল ছাৰৰ ছাৰে ভূপেন হাজৰিকা বিষয়ক বক্তৃতাই মন্ত্ৰমুগ্ধ কৰিলে। ভূপেন হাজৰিকাক কুৰি শতিকাৰ এগৰাকী শ্ৰেষ্ঠ বুদ্ধিজীৱী বুলি ক'বলৈ যাওঁতে অধ্যয়ন সন্দৰ্ভীয় প্ৰশ্নত ছাৰে তেওঁৰ ৰচনাৱলী, পাঠ্যক্ৰম, পটভূমি, ভূগোল, ইতিহাস, প্ৰেক্ষাপট ইত্যাদি দিশখিনিৰ সম্পৰ্কে অৱগত কৰে। ছাৰলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাক অনলাইন যোগে উক্ত বক্তৃতানুষ্ঠানত যোগদানৰ সুবিধা প্ৰদান কৰা গৱেষক হিমাক্ষী ডেকালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আশা কৰিম ছাৰৰ বক্তৃতাটোৰ ছপাৰূপ এটি লাভ কৰিব পাৰিম।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা