কাচি-দঁৰীয়া
মোৰ মানস পুত্ৰ কাচি-দঁৰীয়া পঢ়ি উঠি এজন মানুহে কান্দি উঠিছিল। তেওঁ আন কোনো নহয় মোৰ জীৱনৰ আটাইতকৈ প্ৰিয়দুষ্টি শিৱসাগৰৰ বৰ্ণালী গগৈৰ দেউতাক আছিল। দুষ্টিও সম্প্ৰতি শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত হৈ আছে। তেওঁ এজন শিক্ষক। তেওঁৰ পঠনৰ কথা দুষ্টিয়ে অৱগত কৰাত কিঞ্চিৎ হ'লেও ভাল লাগিছিল। এইটো আছিল মানস পুত্ৰলৈ দিয়া গুৰুত্বপূৰ্ণ বাৰ্তা।
Comments
Post a Comment