Posts

Showing posts from September, 2023

কি !

Image
 আপুনি কি ভাবে  মই তুমি যি নাভাবা মানে চিকচিকীয়া পানীৰ কি দুখ দুখ  অ ইমান যে চিকচিকীয়া আৰু কাষৰ ঘাঁহ-বনৰ  কি আয়ুস নাজানো জানিবা ক'ৰপৰা  নিজৰ আয়ুস দেখিছা বেণাৰখনৰ কাষৰতে বহা নিজৰ ছাঁ চাকিগছ দেখি থকা তায়ো গছৰ ফাঁকেদি ওলাই থকা আকাশখন কাৰ কাৰ ওঁহো নাজানো এইখন পৃথিৱীৰ শিশুৰ পৰা-বৃদ্ধলৈ মনৰ আকাশ কি  আই এম নট জকিং য়াৰ বি ছিৰিয়াছ অক্কে গট ইট (নাহৰৰ দেশৰ শ্ৰেষ্ঠ বান্ধৱী বৰ্ণালী গগৈ লৈ)