শুভাষা

 সাদিনৰ তোমাৰ লেখাটো পঢ়িলোঁ।তথ্য সমৃদ্ধ হৈছে।খুব সুন্দৰকৈ লিখিছা।

ড° অংকুমণি দাস

অধ্যাপক, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন বিশ্ববিদ্যালয়, অসমীয়া বিভাগ

১০-১২-২০২৫

[07/12, 9:40 am] ড° অৰবিন্দ ৰাজখোৱা(NLC): ৰাজেন,

 তোমাৰ 'সাদিন'ৰ লেখাটো বৰ ভাল পাইছোঁ।

[07/12, 10:32 am] ড° অৰবিন্দ ৰাজখোৱা(NLC): পাছত শুদ্ধ কৰিবা। কিন্তু কামটো ভাল হৈছে।

সাদিনৰ লেখা ভাল লাগিল। ডকুমেণ্টৰী কৰিবা। ড° জয়ন্ত কুমাৰ বৰাছাৰ,৮-১২-২০২৫

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা