Posts

Showing posts from July, 2024

কলং

Image
 কলঙৰ দলং  মিলচ ৰিপৰ্ট ( Report on the province of Assam )ত পোৱা মতে দলঙখনৰ বাবে তিনিশ টকা ৰাজ-ভঁৰালৰ পৰা সাহায্য পাইছিল, কিন্তু খৰছ হৈছিল এহেজাৰ টকা। দলঙখন নগাঁৱৰ কৃষকসকলে অশেষ পৰিশ্ৰম কৰি ১৮৪৭চনৰ এপ্ৰিল মাহত সাজি উলিয়ায়। এইখন দলঙৰ বাবে বাটলাৰ চাহাবক মিলচে ভূৰি ভূৰি প্ৰশংসা কৰিছিল। 

ৰ'দ

 ৰ'দ  ৰ'দ নো‌ কি  কাৰ বাবে বা গছে সুধিছে ৰ'দ পৃথিৱীৰ কথা নাইতো  সোধা  কিয় সুধিব  ৰ'দ কাৰো নিজা নহয়  ই নিজৰো নিজা নহয়  ই তাৰেই ছায়া প্ৰচ্ছায়াহে

জাৰউইম

 https://www.axomiyahahitiyarsaneki.com/2022/01/blog-post_774.html

জীয়া শিলে

 জীয়া শিলে হাজাৰ হাজাৰ সভ্যতাক বোকোচাত লৈ‌ আছে  অথচ নীৰলে নীৰৱে কল্লোলিত সানিছে মূৰ্তি প্ৰকৃতিৰ বুকুত ইবিলাক কি সোণত সুৱগা চৰায় নহয়নে 

মনাভাষ

 পাহাৰ বগাব পৰা নাই যদিও ব্যস্ততাৰ মাজতে ব্যস্ততাকেই প্ৰতিদিনে বিচাৰি চলাথ...

নগাঁও( উপন্যাস )

 মাছ খালে কাইট ডিঙিত লাগিলে ৰাজেন পেটুলা কৈ দিলে নাইকীয়া হৈ যায় বুলি নগাঁৱৰ মানুহৰ মাজত প্ৰচলিত। সেয়া ক্ষেত্ৰ অধ্যয়ন কালত শুনা কথা।

বাহু কৈৱৰ্ত

 *বাহু কৈৱৰ্ত*  (নাটক)  ৰাজেন দাস,২১-০৭-২০২৪ "আমি যেন বাঘৰ পেটতহে সোমাইছোঁ"-আনন্দৰাম ঢেকিয়াল ফুকন   *চৰিত্ৰ-পৰিচয়*  বাহু কৈৱৰ্ত - নগাঁৱৰ দেউবালিৰ যুৱক চিঙ্গাৰ -ইংৰাজ বিষয়া

চিকুণ পুৱাতে

 ইমান বতাহ  তাতে ফিৰফিৰিয়া  শিৰাই উপশিৰাই থিতাপিছে চিকুণ পুৱাতে চৰাই-চিৰিকটিৰ কলকলনিয়ে কণ্ঠদান কৰি যেন এখন সোণৰ পৃথিৱী প্ৰতিদিনে গঢ়িছে  তুমি জানো মন কৰিছা

Because

 When I feel good That time could not comes frustrated But when I have a any money That time coming a frastated Why Because  We a human being and We a pure heart Of course  You have 

চোনালৈ

  হাজাৰটা প্ৰাৰ্থনা তুমি হাজাৰখন কাজিয়াৰ সমাধান তুমি হৃদয়ৰ নদীখন বৈ আছে চোৱা গতিপথহে বেলেগ লক্ষ্য আৰু উদ্দেশ্য একে তোমাৰ লক্ষ্য মই  মোৰ লক্ষ্য তুমি ১-৭-২০২৪