ড° ভূপেন হাজৰিকাৰ নামত বিশ্ববিদ্যালয় হ'ব লাগে

 বৰ সুন্দৰ বক্তৃতানুষ্ঠান সম্পন্ন হৈছে। শ্ৰদ্ধাৰ ৰাতুল ডেকা ছাৰৰ তথ্যসমৃদ্ধ আৰু গৱেষণীয় দৃষ্টিকোণেৰে সাৰুৱা বক্তৃতাই মন্ত্ৰমুগ্ধ কৰিলে। বক্তৃতাৰ ছপা ৰূপ এটি হ'লে সুন্দৰ হ'ব। মোক অনলাইন যোগে উক্ত বক্তৃতানুষ্ঠানত যোগদানৰ সুবিধা প্ৰদান কৰাৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ ওপৰত গৱেষণা কৰ্ম আৰু হ'ব লাগে। মই ভাবোঁ সুধাকণ্ঠৰ নামত

এখন বিশ্ববিদ্যালয়ে হ'ব লাগে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা