অকণমানি কনমানি (জীৱন বাটৰ লগৰীৰ জীৱন ভিত্তিক উপন্যাস) ক) পঢ়া-শুনা কৰ। পিছলৈ দা ল'ব লাগিব।সময়ৰ কাম সময়ত। পইচাত মা-দেউতা,ককাই ভাই নৌ এক্সকিউজ। তেনেকৈ পঢ়াটো কৰ। কথাখিনি মনত ৰাখ।জীৱন যুদ্ধত গৈ থাক। বাপেৰ মাৰ ককায়েৰ বায়েৰে ভালকৈ নপঢ়িল। পইচা বা আন কাৰণত। তয়ে অলপ পঢ়। বংশৰ নাম উজ্জ্বল কৰ। ম'বাইল পিটিকি নাথাক। যি পাৰ কৰ। নহ'লে নিজক ভৱিষ্যতে বচাবি কেনেকৈ। টেঙৰ-ভেঙৰ হ।ভালপোৱাৰ অদ্ভূত শক্তি আছে। ইয়াক জীয়াই ৰাখা। আমি বিশ্বাসৰ শকত এনাজৰী লৈ আছোঁ। এনেকৈ থাকিম। চোনাক বুজাই থাকোঁ। আকৰি খং আছে। কিমান বলকিব। পিছত আকৌ মৰমেৰে মাতিব। আচলতে সেয়া সৰলতা। প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিয়ে মন গ'লে ৰৌদ্ৰ ৰূপ লয়। মই জয়দেউ কাকুতি কৰোঁ। এনেকৈ-প্লিজ(কান্দি২)মোক নামাৰিবা, তোমাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হৈছে। চোনা,অহাবছৰ কৰ্ট মেৰেজ কৰি দিম চোনা। মোক শান্তিৰে কাম কৰিবলৈ দিয়া। সকলো ঠিক হ'ব। অবুজন নহবা। তুমি বেয়া কথা কোৱা দেউতাই শুনি গোটেই ৰাতি দোষ কৰি আছে। মোক এবছৰ সময় দিয়া আৰু নালাগে। মই যি ভুল কৰিছোঁ,মাফ কৰিবা,পাৰা যদি কিন্তু মোক নেৰিবা। মই একো কৰা নাই কষ্ট। মোক এৰি যোৱা, মই নেৰোঁ। ...