গ্ৰন্থমেলা বিশেষ,২০২৫

 মোৰ দৰে ন -শিকাৰূ বাবে ২০২৫ বৰ্ষৰ গ্ৰন্থমেলা দুখন আছিল উৎসাহিত হোৱাৰ গ্ৰন্থমেলা। ডিব্ৰুগড় গ্ৰন্থমেলাত মোৰ স্বৰচিত কবিতাপাঠ(অপ্ৰকাশিত) আৰু গুৱাহাটী গ্ৰন্থমেলাত যুৱ লেখক সন্মিলন,উন্মীলনত অংশগ্ৰহণ। এয়া যেন মোৰ বাবে হৈ পৰিল ন-ন সৃষ্টিৰ সৈতে পৰিচয় আৰু অনুপ্ৰেৰণাৰো সময় । ধন্যবাদ ডিব্ৰুগড় গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থমেলা। মোৰ লেখাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ পঢ়ুৱৈসকললৈ আন্তৰিক 

ধন্যবাদ জনাইছোঁ। পঢ়ুৱৈসকলে আগন্তুক সময়ত এই কণমানিক আঙুলিত ধৰি লৈ যাব বুলি আশা ৰাখিলোঁ। এঢাপ এঢাপকৈ যাবলৈ সমৃদ্ধ হৈছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা