লুইত

 ভাইটি লুইতৰ কবিতা।

সুন্দৰ হৈছে । পাহৰি থাকিলোঁ এইশাৰীয়ে সুৰ এটি লৈ আহিছে। নিভাঁজ ছবি এখন ফটফটীয়া হৈছে। যিজনে নিভাঁজ পৰিৱেশ এটাৰ সৈতে নিকতাত্মীয় সম্বন্ধ ৰক্ষা কৰি আহিছে সেইজনৰেই তেনে ভাবানুভূতিৰ স্ফুৰণ যেন কবিতাটিয়ে কঢ়িয়াই আছে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা