গৃহবন্দী
গৃহবন্দী- চাৰিওফালে হুলস্থুল কোনোবাই কা' ৰ হৈ কোনোবাই ৰাজনৈতিক পাকচক্রৰ শ্ল'গান লৈ কোনোৱে আকৌ চ'ছিয়েল মেডিয়াক সাৰথি কৰি জীৱনৰ ছন্দ বুটলিছে চা-ৰে-গা-মা-পা-ধা-নী মানৱ জীৱন স্তব্ধ লকডাউনৰ গৃহবন্দীয়ে কোঙা কৰিছে অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক ... পৰিমণ্ডল বোপা ককাৰ দিনেই ভাল আছিল তৰকাৰী ত নাছিল ভেঁজাল নদন-বদন আছিল চৌপাশ জাপে জপা জাতিকূলে এতিয়া দিনে দিনক গোগ্ৰাসে চপাইছে নিজে নিজৰ ফালে... ৰাজেন দাস বেলগুৰি গাঁও