ভাগ্য বা

 এটি সৰু কাহিনী 

মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ আহি পিএনবি বেংকটো চিনি পোৱা নাই। আৰু ক'ত ফ্ৰম জমা দিব লাগে বা অন্যান্য কিছুমান কাম জনা নাছিলোঁ। সেইদিনা ভাগ্য বায়ে মোক সকলোখিনি নিয়াৰিকৈ কৰি সহায় কৰি দিলে। দ্বিতীয় কাহিনী বাই বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদনা কৰিছিল,মোৰ এটি কবিতাৰ শ্ৰদ্ধাশীল পঢ়ুৱৈ আছিল আৰু কবিতাটিয়ে অসমৰ ভিতৰতে প্ৰথম স্থানো অধিকাৰ কৰিছিল, কাৰণ বা আছিল এগৰাকী পৰ্যবেক্ষকো আছিল। পুৰণি হৈছে যদিও আপুনি ধন্যবাদৰ পাত্ৰ আৰু শ্ৰদ্ধাৰো পাত্ৰ হৈ থাকিব।

গৱেষণাৰ জীৱনলৈ অফুৰন্ত শুভেচ্ছা জনাইছোঁ বা। মনে-প্ৰাণে আপুনি গৱেষণা কৰ্মলৈ আহিবলৈ চেষ্টা কৰি আছিল আৰু আজি দেখিলে প্ৰথমেই জিলিকি আছে।

People always think big no matter where are you from and many more...

পোৱালি 

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা