কিতাপ পাগল ৰাজেন
এবছৰ ৰৈ আছিলোঁ।
এই এবছৰত কিমান বাৰ্তা,ফোন কৰিছিলোঁ। কামোৰখিনি সহ্য কৰাৰ বাবে ধন্যবাদ জনাইছোঁ।
মানে কিতাপখন মোক লাগিবই।যিখন কিতাপ লাগে সেইখন পাবলৈ এসাজ ভাতেই বাদ দিব ৰাজেনে...(ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত উক্ত কিতাপখন মজুত আছে,কিন্তু নিজৰ হাতত লৈ পঢ়াৰ মাদকতা অসীম।
অৱশেষত কিতাপখন গ্ৰন্থমেলাত পাই সংগ্ৰহ।
Comments
Post a Comment