যৌৱনে আমনি কৰে২

 যৌৱনে আমনি কৰে২


গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মোৰ মৰমৰ ভনী চন্দ্ৰমা গগৈয়ে ছবিখনত অভিনয় কৰিছে। ছবিখনত চাবলৈ আমি ৰৈ আছোঁ। ভনীয়ে এসময়ত ছবি জগতত দপদপাই থাকিব পাৰিব বুলি বিশ্বাস ৰাখি শুভেচ্ছা জনালোঁ। ভনীৰ অভিনয়ৰ দক্ষতা(আমি এসময়ত নাহৰৰ দেশত অভিনয়ৰ দক্ষতা দেখিছোৱেই) অচিৰেই গম পাব লাগিব বুলি দাদাই আশা কৰিছে। ছবিখনৰ সকলো কলা-কুশলীৰ অশেষ কষ্টৰ ফচললৈ অফুৰন্ত অভিনন্দন জনাইছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা