বিশ্ববিদ্যালয়ৰ সকলো থকা সময়তে প্ৰশ্নোত্তৰ শিতানত এটা প্ৰশ্ন কৰিলোঁ - ৰাজেন-অসমৰ সাহিত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ কিদৰে আগবাঢ়িব লাগিব? চৰকাৰৰ উদ্যোগত এনে কৰ্মই আমাৰ সাহিত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব নে আৰূণি কাশ্যপ ছাৰ-অনুবাদৰ দিশত গুৰুত্ব দিব লাগিব। চৰকাৰলৈকে ৰৈ থাকিব নালাগে। আমাৰ ফালৰ পৰাই সাহিত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিব লাগিব। ইন্দিৰা মিৰি প্ৰেক্ষাগৃহ ২০-০৬-২০২৫ শুক্ৰবাৰ আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা কবি,অনুবাদ, ঔপন্যাসিক, গল্পকাৰ আৰূণি কাশ্যপ ছাৰৰ সৈতে এখন্তেক পাৰ কৰিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এনে চিন্তনীয় আৰু সাহিত্য,শিক্ষা, বিশ্ববিদ্যালয়ৰ ৰোমন্থন, প্ৰতিক্ৰিয়া ইতিহাস ইত্যাদি দিশেৰে সামৰা অনুষ্ঠান উপহাৰ দিলে ধন্যবাদ ডি.বি২ প্ৰশ্নোত্তৰ শিতানত এটা প্ৰশ্ন কৰিলোঁ - ছাৰ, অসমৰ সাহিত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ কিদৰে আগবাঢ়িব লাগিব? চৰকাৰৰ উদ্যোগত এনে কৰ্মই আমাৰ সাহিত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব নে? ছাৰ, আপোনাৰ প্ৰতিক্ৰিয়া জনাব আৰুণি কাশ্যপ ছাৰ-অনুবাদৰ দিশত গুৰুত্ব দিব লাগিব। নতুন চাম...