প্ৰেৰণা পুথিভঁৰাল
সদায় পুথিভৰালটি জাকত জিলিকা হৈ থাকক। পুথিভঁৰালটোৰ সৈতে ছাৰৰ লগতে জড়িত সকলো লৈকে মোৰ অন্তৰতম কোণৰ পৰা শুভেচ্ছা জনাইছোঁ। কিতাপৰ প্ৰকৃত বন্ধু আৰু গ্ৰন্থৰ সৈতে জীৱনক চিনাৰো ই এটা পথ মুকলি কৰিব বুলি গভীৰ আশাবাদী। আমাক ছাৰে এদিন সুন্দৰ আতিথ্যই মুগ্ধ কৰিছিল। সময় উলিয়াই এদিন যাম ছাৰ
Comments
Post a Comment