খাবলৈ ববলৈ,ঘূৰি পকি থাকিবলৈ কাৰ মন নাযায়। কিন্তু মোৰ কামখিনি কৰিবলৈ মই উদ্বাৱল। সেই কামতেই আমি এদিন বিচাৰি পাম আমি বিচৰা পৃথিৱীখন। যত থাকিব সাতোৰঙী ৰামধেনু গাড়ী ৰখাই প্ৰস্বাৱ কৰি ললো,মোৰ অকলৰ বাবে ৰখাই দিছে, মই বৰ বিনয়ীকৈ কৈছোঁ-অ দাদা,দাদা,মোৰ বৰ জোৰকৈ প্ৰস্বাৱ লাগিছে, অ, ৰ'বা অলপ আগতে কৰি ল'বা,বৰ ভাল লাগিল অলপ পৰ গৈ ৰখাই দিছে প্ৰস্বাৱ কৰি আছোঁ,গআড়ঈখন ৰৈ আছে মই অকলেহে দেখোন,গা মূৰ কিবা লাগি আছিল, নেঘেৰিটিংত কৰিয়েই আহিছোঁ,আকৌ ধৰে জলবায়ুৰ কাৰণে এনে হ'ব পাৰে। কিন্তু বিনয়ীকৈ ক'লে কাম সিজিছে, কিন্তু কিছুমানে ৰ'ব2 কৈ পেনে চেনে যায়গৈ। ঘৰলৈ বৰকৈ মনত পৰিছে,চওনআলঐ মনত পৰিছে, গাঁৱৰ ওচৰ-পাজৰ,পপণ আইতআলঐ বহুত মনত পৰিছে,দৌ দাদাক বিশেষ ধন্যবাদ,বাইকত মাংস বিচাৰ কৰা,মোক অনআ-নইয়আ কৰা তেনে মানুহৰ সংখ্যা বেছি নহয়। সদায় হৃদয় ত থাকিব।।ঘৰৰ মানুহ পৃথিৱীৰ আটাইতকৈ শক্তিশালী আপোন মানুহ। মোৰ চাকৰি নাই বাবে থাকিব মন নাযায়। ঘৰৰ অৱস্থাটো দেখিলে শোকে খুন্দা মাৰে। মাক-দেউতাই বহুত কৰিছে। পৃথিৱীৰ যিমান দিলেও মা-দেউতাকৈ ওজন হবই নোৱাৰে। ঘৰখনৰ ভালৰ বাবেই কামখিনি কৰিবলৈ উলটি আহোঁ। জীৱনৰ উপভ...