Posts

Showing posts from February, 2026

বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰছাৰ

 শুভ জন্ম দিন ছাৰ। সদায় কুশলে থাকক। ছাৰ, আপোনাক নাহৰৰ দেশত লগ পোৱাৰ ক্ষুদ্ৰ স্মৃতিখিনি থৈ দিছোঁ এনেকৈয়ে --- (লগ পালোঁ এদিন । নাপাহৰোঁ সেইদিন । সাংঘাতিক বুলি ক'লে সেইদিন । নাপাহৰোঁ কোনোদিন।  যদিও ভাবিব এৰা নাই সেইটো আছিল কি দিন।)

অংকুৰৰ সৈতে কথা

 ভাল ধৰিছা। ইয়াত সতী ৰাধিকাৰ কাহিনীৰ লগত চহা কাহিনীৰ সংমিশ্ৰণ ঘটোৱা হৈছে। এফালে লৃগাঙৰ কনেং। আনফালে কনপিতৌৰ দেউতাক। আকৌ আনফালে বৰ্ণবাদী জগতখনত জিলিকি উঠা ৰাধিকা শান্তি। তদুপৰি আঘোণৰ চহা গোন্ধ। শক্তিশালী নাৰীৰ কণ্ঠ। কবি আৰু লোককবিৰ গাঁথাৰে সামৰি লোৱা হৈছে। বহু ধন্যবাদ তোমাক।

মন-কথা

 মোৰ যে হাতত নাই ধন। প্ৰকাশকেও নকৰে মন। কৰিমনো কেনেকৈ দেহ-মন। শব্দ পিহি পিহি মনো হয় কিবাখন

মৰমৰ পপী

 সাহিত্য চ'ৰাৰ আপুনি এজন সম্পদ আগলৈ আপোনালোকেই অসমীয়া ভঁৰাল চহকী কৰিব বাইদেউ ৱে আপোনাৰ মাজত সেই আশা বিচাৰি পাইছে। ১০-২-২০২৬

নাট শিকন

 ছাৰ, নাটকখন চাই হ'লে জনাব, মই গুৱাহাটীলৈ যাম, আপোনাক লগ পাম ছাৰ আপুনি নাটকৰ ক্ষেত্ৰত গুৰু হৈ দিয়ক ছাৰ মই একো নাজানো

দুষ্টিৰ সৈতে বাৰ্তালাপ

 [01/02, 1:21 pm] বৰ্ণালী দুষ্টি: Waaw great work..my best wishes for this....💐💐 [01/02, 1:22 pm] বৰ্ণালী দুষ্টি: I understand 👍 [01/02, 1:22 pm] rajendas3687: Already talked a nice guy  He is professor of America  Aruni Kashyap sir He said you definitely write the novel I can believe you [01/02, 1:22 pm] rajendas3687: Thank you so much [01/02, 1:23 pm] rajendas3687: I will saw everyone. I will capable write in the english language [01/02, 1:23 pm] বৰ্ণালী দুষ্টি: Yes...He is an international guy...and definitely he guide you well... [01/02, 1:24 pm] বৰ্ণালী দুষ্টি: Ohh good👍 [01/02, 1:24 pm] rajendas3687: Yes. Definitely [01/02, 1:25 pm] rajendas3687: It's my Scholar life dream dusti  My other department guy neglect me BuyI think one day improvement journey [01/02, 1:25 pm] rajendas3687: Ok Take care  I talked to you later dusti [01/02, 1:26 pm] বৰ্ণালী দুষ্টি: Good wishes and hard work makes a man wise...don't mine whatever they say...One day,you will shin...