Posts

Showing posts from September, 2024

সম্পাদনা

সম্পাদনা/ সম্পাদক Editing should be, especially in the case of old writers, a counselling rather than a collaborating task. The tendency of the writer-editor to collaborate is natural, but he should say to himself, 'How can I help this writer to say it better in his own style?' and avoid 'How can I show him how I would write it, if it were my piece?'" - James Thurber সম্পাদনা এক জটিল কাম। এনে জটিল কামত দক্ষতাৰে কৰ্ম সম্পাদন কৰা বহু ব্যক্তি আছে বা আছিল। কষ্টসাধ্যৰ লগতে এনে কৰ্মত ধৈৰ্যও দৰকাৰ। বাতৰি কাকত, আলোচনী, গ্ৰন্থ, স্মৃতিগ্ৰন্থ,বাৰ্তালোচনী, গৱেষণা পত্ৰ আৰু ৱিকিপিডিয়াত এনে সম্পাদনা কৰি আহিছে। মাত্ৰ সম্পাদনা কৰাতেই সম্পাদকৰ দৃষ্টি সীমাবদ্ধ নাথাকে। লেখা এটাৰ গুণগত আৰু পৰিমাণগত দিশো মন কৰিবলগীয়া হয়। লেখাসমূহত থকা বৰ্ণাশুদ্ধি আন এক দিশ। গধুৰ তথা মেটমৰা লেখা গ্ৰন্থ খনত অন্তৰ্ভুক্তি হয়। ভাষা প্ৰয়োগৰ সৈতে জড়িত বাক্য গাঁথনি, শব্দ প্ৰয়োগ,সংগতিবিহীন শব্দ বা বাক্যাংশৰ প্ৰয়োগত গুৰুত্ব আৰোপ কৰা হয়। লেখা সমূহৰ সামাজিক মূল্য, লেখাটোৱে কি উদ্দেশ্যৰে আৰম্ভ হৈছিল আৰু সমা...

ৰ'দেপুৰা

 ৰ'দপুৰা  খিৰিকীয়েদি এচেৰেঙা কোবাকুবিকৈ মজিয়ালৈ সোমাই আহিছে  সাতফুটীয়া সেউজীয়া ৰঙৰ পৰ্দাখন উঠাই দি সুশৃংখলীত গাঁথি মাৰি দিছোঁ  তজবজীয়া বাপুৰামে দাখন লৈ চাইকেলেত পেডেল মাৰি গৈছে  এমুঠি অন্ন অলপ বস্ত্ৰ  অলপ কনপাইৰ পঢ়া-শুনাৰ সামগ্ৰী  তাৰ বাদে একো নালাগে  ইয়াই স্বৰ্গ সুখ পিঠিখন ৰ'দে পুৰিছে  বনিয়ন নথকা বগা চোলাটোত ঘাম বিৰিঙিছে দুচোৰা এটা‌ কিনিলে  কনপাইৰ স্কুলৰ খৰচা কোনে উঠাব ৰ'দ পুৰক  মোকে পুৰক  পুত্ৰক জিলিকাও নিজে দহি খহি শুনো কানাই বংশীৰ মাত সাধু যেন লগা হ'লেও কথাবোৰ সঁচা  ৰজাই বাপুক সুখী দেখে  অনবৰতে  অনবৰতে  ৰহস্য কি ৰহস্য আন‌ একো নাই  জীৱনটো চলাবলৈ নূন্যতম প্ৰয়োজনীয়খিনিয়েই যথেষ্ট  তাতোকৈ যথেষ্ট মনে-প্ৰাণে হোৱা সুখৰ চানেকি  কনপাইৰ হাঁহিত থকা উজ্জ্বল কনপাইৰ চকুৰ দিগন্ত আৰু দূৰ দিগন্তত...

ড° মহেশ্বৰ মৃত্যু তিথি

 বিশিষ্ট সাহিত্যিক ড° মহেশ্বৰ নেওগ ছাৰৰ মৃত্যুতিথি উপলক্ষে ড° মহেশ্বৰ নেওগ সাৰস্বত ন্যাস পৰিষদে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনলাইন( Zoom)যোগে উপস্থিত আছিলোঁ। বিশেষ কৃতজ্ঞতা ড° নগেন শইকীয়া ছাৰ,ড° প্ৰদীপ জ্যোতি মহন্ত ছাৰ,ড° সত্যকাম বৰঠাকুৰ ছাৰ । মহেশ্বৰ নেওগ ছাৰৰ বিষয়ে সমীৰ বন্দ্যোপাধ্যায় ছাৰে এটা সুন্দৰ তথা তত্ত্বগধুৰ ভাষণ প্ৰদান কৰিলে। সত্ৰীয়া নৃত্য, মণিপুৰী নৃত্যৰ প্ৰসংগই ঠাই পাইছে। প্ৰসংগক্ৰমে ড° হীৰেন গোহাঁই ছাৰ,ভবেন বৰুৱা আদি উদাহৰণ উল্লেখ কৰিছে। ড° নগেন শইকীয়া ছাৰে দুআষাৰ প্ৰদান কৰা অনুষ্ঠানটো ইমান সুন্দৰ তথা নিয়মাৱলী পালনেৰে আয়োজন কৰা দিশটো মন কৰিবলগীয়া।

Marriage

A marriage is not solved problem  Marriage is the important part of human life. People have there most important era like Birth, Marriage and death. Those are a human life we faced. Nobody can't escape this stages. Because every day born, death this are running status. So We should learn everyday. A best part of life one day find out. How we Man and woman should how can financially strong and also mind is very strong think and working day by day.  Lots of people enjoyed the whole year. And someone enjoyed a little bit.But they done remarkable working on his life. They cleaned a way to new generation. In this people always welcome and alive peoples bottom of the heart. 11-09-2024

Dream

 Dream is most important thing our minds.Dream Man have a different dream. They always thought and how they improved and fullfill the dream. Lot's of folks dream reality and lot's of folks are dream are not reality. We are human being so our dreams are most important. One day my mother asked me what's your dream. I didn't think quickly response my answer is that my dream is a University professor.mom smiling and good luck for me. But mom is not hesitate to my dream, but always inspired.Also mom I mean my parents and neighbours are really happy and they always helped and inspire me.William A.Ward quotes that "The mediocre teacher tells. The good teacher explains. The superior teacher demonstrates. The great teacher inspires." Current scenario or situation are very different. Nobody have a much more time. folks dreams also variety and colourful. In quick Nobody can prefer teacher jobs. But some are have interested this job. Because they're very respected be...

Dr Bhupen Hazarika and river

 Dr Bhupen Hazarika's Songs and Rivers Universal Justice, compassion, motherland consciousness, strongly advances human society to fight bravely against injustice are the themes of Dr Bhupen Hazarika's songs. History, socio-economic and political in a culturally colorful country History aspects of the ethnic groups that have lived in Assam for centuries Coordination That is amazing. The culture and folk music of Assam and North East India is national Dr. Bhupen Hazarika, who introduced Hindi cinema at the stage. It is very popular in the hills and plains of Assam him also known as Sudhakantha, is known for his songs in Assam, West Bengal and Bangladesh.They have also been able to reach out to the public.Brahmaputra,Gudabari,Mississippi River (River in the United States of America) ,Disang,Dikhow,Tihu,Kopili etc in assams river and India's other states river like Padma, Meghna, Yamuna, Ganga etc. There are many ways in which you can improve your ability to read and write, bu...

দুৱাৰ

 মই দুৱাৰ বিচাৰি আছোঁ  ক'ত আছে দুৱাৰ  খিৰিকী এখনো দৰকাৰ  বতাহ ছাটি আহক মেঘ নাহক ওন্দোলাই

অৰূপা বাইদেউ

Image
 গল্পৰ নিৰ্মাণ কৌশল সহজ নহয়।‌দূৰদৃষ্টিসম্পন্ন আৰু সূক্ষ্ম পৰ্যবেক্ষণ অতি প্ৰয়োজন। অসমীয়া গল্পই এতিয়া বিভিন্ন গতি প্ৰকৃতি আৰু বৈশিষ্ট্যৰে তীব্ৰভাৱে আগবাঢ়ি গৈ আছে। শ্ৰদ্ধাৰ অৰূপা বাইদেৱে নিজে গল্প নিৰ্মাণ কৰিবলৈ বহু কষ্ট স্বীকাৰ কৰিছে। সেইখিনি অভিজ্ঞতা এধাৰি মালাৰ দৰে গাঁথি দিছে। সাহিত্য শিল্প গুণ আৰু সৃজনীমূলক মনোভাৱেৰে কষতি শিলত ঘঁহি ঘঁহি তাক ৰসাগ্ৰাহী পাঠকক তুলি দিছে। ন ন অভিজ্ঞতাৰে ভাষিক দিশ কিদৰে ৰূপ বৈচিত্ৰ্য লাভ কৰিবলৈ সক্ষম হৈছিল সেয়া মন কৰিবলগীয়াকৈ উদাহৰণসহ স্পষ্ট কৰিছে। অসমৰ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি এই মুলুকত ভিন্ন ভাষাৰ ৰুচি অভিৰুচিৰ পাঠক, শ্ৰোতাই ভৰি আছে। গল্পসাহিত্যত বাস্তৱ আৰু কাল্পনিক ব্যঞ্জনাৰে আমালৈ জ্ঞান বিজ্ঞানৰ‌ পৰা প্ৰজ্ঞালৈকে জুমি চোৱাৰ সুবিধা প্ৰদান কৰিছে।

International literacy day,08-09-2024

Image
 মই অসমীয়া ৱিকিপিডিয়াত বহুত ব্যক্তিয়ে সেৱা আগবঢ়াই আহিছে। সেয়া মুষ্টিমেয় বুলিব পাৰি। অসমীয়া ৱিকিপিডিয়াত সমল বৃদ্ধি কৰিবলৈ ছাত্ৰ-ছাত্ৰীলৈ কি অনুৰোধ কৰিব? মোৰ প্ৰশ্নৰ উত্তৰত ড° ৰত্নোত্তমা দাস বিক্ৰম বাইদেৱে ছাত্ৰ ছাত্ৰী নহয় শিক্ষসকলো আগবাঢ়ি আহি সহযোগ কৰিব লাগিব। চৰাকাৰীভাৱে সহায় -সহযোগ লাগিব। ভাষাটোৰ সমল বৃদ্ধি কৰিবলৈ সকলোৱে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই বুলি বাইদেৱে জনাইছে।  দুয়োগৰাকী বাইদেউৰ চিন্তা-দৰ্শন আৰু সহজ সৰল বক্তৃতাই আমাক মুগ্ধ কৰি ৰাখিলে। আয়োজক সমিতিলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।

লোকেল কুংফু

 লোকেল কুংফু  ইমান হাঁহিলোঁ(কমেডি+ট্ৰেজেডি) হাঁহিৰ মাজে দি গৈছে অনেক বাৰ্তা  ভাষাৰ প্ৰতি দৃষ্টি (উচ্চাৰণ), সুন্দৰ অভিনয়, সুন্দৰ শ্বট, শৈক্ষিক চিত্ৰণ ইত্যাদি দিশসমূহ সুন্দৰকৈ ফুটি উঠিছে।

How can we motivate

 How can we motivate every time  “We cannot solve problems with the kind of thinking we employed when we came up with them.” —Albert Einstein How can we motivate every time . That's a good questions. In those questions every person comes mind in the world. World people hope peace and happiness and motivated.how it's possible.Yes it is possible when we understand our minds. Every day only few minutes practice and continue practice and one day your mind fresh and clean.when our mind is fresh that time we worked hard and hard. We show world what kind of work we do.walking, meditation,jim practice, playing, reading,listening speach, music etc preference that time we can't escape our life.  We are not much more time in our hands. But lots of time spend social media platforms. Nowadays we change our mind and way. We can do that because we are a human being. We have heart, intellectual mind, thoughts and brain. So we used to good work and one day we getting good results. Lots of...
 Teacher  Teacher like a God. Where we are fined out our way . What kind of way? That's is most important. Man and woman are very loyal and serious continuing hard working. And one they they succeeded his life. Mother and father given birth but a dream way pushing us a great teacher. So we Always respected. In this world a beautiful job is a teacher job.w22é

Social media

 “Don’t use social media to impress people; use it to impact people.” — Dave Willis, author and speaker A prayer of God is called life. We don't care our beautiful life. Nowadays social media is most important part of daily life.but it's not mandatory whole day you spending time. New generation is mostly spending valuable time it's not good habit. they're effective to life and society.How can we stopped them?, it is own business. I think we change our minds and every day and search new thinking and important in print media. I don't say social media isn't bad things but its obviously your personal work. But lots of Student are used mobile phone.They playing game,trading, online shopping and connection with people its good or bad two sides here.  First of all there are lot's of positive and negative impacts available. Friends and Relations, Reducing Communication Barriers, Opportunities for Business those are Positive way of Social Media.And negative ways are ...

ৰত্না বাইদেউ

 আপুনি মই আজি কিমান কিউৰিয়াছ, এতিয়া প্ৰকৃতিৰ শান্ত সমাহিত গতিৰ পৰাও গতি,এই সোণৰ দলিচা সদৃশ শেতেলী বনত তনমন থৈ জিও জিও কৈ জুৰায় ল'ব পাৰি , ইহঁতে স্পেছ নাজানো,নাজানো গাফিলতিৰ অংক, মাথোঁ ৰিবৰিবিকৈ বলি থাকিব জানে,সেউজ সংকেত হৈ, আৰু এপল দুপলকৈ প্ৰতিপলে অনুপলে নদীৰ গতি চলমান হৈ থাকিব খোজে,ফৰফৰীয়া আকাশে-বতাহে ,হাউলি পৰিব ধৰা গছৰ শিপাই খামোচ মাৰি হ'লেও সংগ দিব তৰু-তৰুণ  তোমাক মোক আপোনাক,নাইবা আন কাৰোবাক,মানে বাটৰুৱাক,ঘাটৰুৱাক,নাৱৰীয়াক,খোজনীয়াক...

যুগমায়া

যুগমায়া       (১) প্ৰতিদিনে মই পাহাৰ খান্দি আছোঁ  য়েল্লাম্মাৰ পুত্ৰৰ পৰশুৱে ব্ৰহ্মপুত্ৰ বোৱাই দিওঁ নেকি  গচকি ফেনেকি নেফানেফ কৰিছোঁ কাগজৰ বৰ বৰ হৰফ         (২) আউলি বাউলি থাকক কেশবিনাশী দেৱদাসী  ৰুক্ষ মানৱক সবল কৰিম  জীৱনে মৰণে চৰুক নুসুধি  জাপে জাপে নুৰাই নুৰাই  ভূ-মণ্ডল চিকমিক কৰিম              (৩) মসৃণ চিকচিকিয়া পথবোৰ ইমান খোলা আছিল কিয়  মোক থাকিবলৈতো ইমান ঠাই নালাগিছিল মোক যাবলৈতো ইমান সময় নালাগিছিল  মোক চাবলৈতো হেতাওপৰা নালাগিছিল        (৪) ঘনে ঘনে উশাহ-নিশাহ  মনে প্ৰাণে ছবি অঁকা  নিলাজীক কিয় সুধিবি বেথা আদা বেপাৰীক জাহাজৰ খবৰ সুধি কোনে লগাই লেথা            (৫) মোৰ কথা অপৰাজেয়  অসীমত নৌকা মেলো দুগুণ সাহেৰে তীব্ৰৰ পৰা তীব্ৰতৰ টেলিস্কোপীয় নজৰ ৰাখোঁ সাগৰীয় দুষ্ট ঢৌত            (৬) যেতিয়াই তেতিয়াই  কথা নুসুধি  নুচুবাবি মোৰ মূৰ  অ' যুগাগ্ৰ যুগমায়া (কাৰ্ট...

সপোনৰ বাট

 সপোনৰ বাট  এটা বাটেদি গৈ থাকোঁতে লগ পালোঁ সপোনক লগ পাই ভাল লাগিল বহু কথা সুধি পেলালোঁ সপোনে ক'লে মোৰ পিচে পিচে আহা আৰু সপোন দেখিবা গ'লো বহুত সপোন দেখা মানুহৰ শাৰী দেখিলোঁ  আকৌ সপোনক আমনি কৰিলোঁ  মোৰ শাৰী কোনটো‌ ক'লে তুমি দেখা শাৰীটো  ক'তা মইচোন দেখা নাই  দেখা নাই নে বুজা নাই সপোনকো বুজিব লাগে  অ' বুজিলেহে বুজাব পাৰিবা  সপোন দেখা বুলি উৎসাহী কৰিব পাৰিবা ময়ো তাকে কৰিলোঁ  সফল নহ'লো আকৌ সপোনটো বোকোচাতে ঘৰলৈ আহিলোঁ  তেতিয়ালৈ‌ সপোনটো শুই পৰিল  দিনটো শাৰী পাতি ভাগৰ লাগিল ময়ো লাহে লাহে সপোনক আৰু বেছিকৈ আমনি কৰিবলৈ আৰম্ভ কৰিলোঁ..... ৰাজেন দাস