Posts

Showing posts from July, 2025

Fellowship 2015,Assam govt, proposal

 Environmental context in cartoons drawn by Nituparna Rajbongshi: A study Nituparna Bajbongshi is an uncompromising cartoonist who has been working as a journalist in various publications since He is the author of Abhikal, Chichingphak, Padaksha, Danduvi, Assamese Janamat, Assam Bani, Daily Assam, Ajir Assam, Amar Assam, Janambhumi, Sanbad Lahari, Assamese Khabar etc. He has been drawing cartoons in various newspapers and magazines such as Ab.C Health. His cartoons deal with issues such as the government's responsibility to protect nature. In these contexts, the context of nature has a special and significant place. Nature, climate, natural phenomena, natural gas, nature workers, human relationship with nature, global, forests, animals (endangered species) issues have gained special attention in the environment. The cartoons drawn by Nituparna Bajbongshi have been creating an awareness among the general public in these aspects. The cartoon by Nituparna Rajbongshi has chosen the top...

ভবেন্দ্ৰ দাস

 আপোনাৰ কবিতাৰ সম্পাদিত কিতাপখনৰ কথা ড° পৰিস্মৃতা হাজৰিকা বাইদেৱে প্ৰশংসা কৰিছে -ভবেন্দ্ৰ দাস, গৱেষক, অসমীয়া বিভাগ,বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ২৯-০৭-২০২৫

আকাশদ্বীপ্ত ছাৰলৈ প্ৰশ্ন

 ০১. ছাৰ, প্ৰবন্ধ এটি নিৰ্মাণৰ বাবে মুখ্য উৎস আৰু গৌণ উৎসৰ ভূমিকা সম্পৰ্কে চমুকৈ জনাব বৰ সুন্দৰকৈ আলোচনা কৰিলে। এটি শ্ৰেণীকোঠাৰ যি অনুভৱ মোৰ তেনে লাগিল। ছাৰ,আমি উপকৃত হৈছোঁ। আয়োজকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আকাশদ্বীপ্ত ঠাকুৰ ছাৰক আজি কাষৰ পৰাই পাই তেওঁৰ সৃষ্টি  সিপাৰে যমুনাৰ সম্পৰ্কে চমুকৈ বিনিময় কৰিলোঁ।

মোৰ প্ৰশ্ন

 ০১. ছাৰ, প্ৰবন্ধ এটি লিখিবলৈ যাওঁতে ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত চমুকৈ জনাবচোন ছাৰ ০২. ছাৰ,প্ৰবন্ধ লিখি নাইবা সাহিত্য চৰ্চাই অসমত বৃত্তিমুখী দিশটোক কিমান দূৰ আগবঢ়াই নিবলৈ সক্ষম হৈছে বুলি ধাৰণা কৰে?চমুকৈ জনাবচোন 

Dr Aruni Kashyap comments by my poem

 Thank you Partha for your beautiful work and many thanks to Rajen for your lovely note. I am touched! This is amazing!!29-07-2025

Smc ma'am

 ৰাজেন দাস গৱেষকসকলৰ মুখপাত্ৰ -ড° সুবাসনা মহন্ত চৌধুৰী,২৯-৭-২০২৫

প্ৰবন্ধ

 এক তথ্যসমৃদ্ধ আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান। প্ৰশ্ন -০১ সাহিত্যিক এগৰাকীয়ে এবাৰ এঠাইত কৈছিল যে মই সাহিত্যৰ ভিন ভিন বিধাত হাত দিয়াৰ বাবে যিকোনো এটি শাখাত বহুদূৰলৈ যাব নোৱাৰিলোঁ,যাৰ বাবে সাহিত্যৰ পুৰষ্কাৰৰ বাবেও বঞ্চিত হৈছোঁ বুলিয়েই ক'ব পাৰি ? প্ৰশ্ন -০২ বৰ্তমান সময়ত এজন লেখকৰ ৫-৮ টালৈকে অসমৰ আৰু ভাৰতৰো আন আন ভাষাত প্ৰকাশিত হৈছে এইক্ষেত্ৰত প্ৰবন্ধখিনি কিমান উন্নত হৈছে বুলি আপুনি ধাৰণা কৰে,এই সম্পৰ্কে জনাব বাইদেউ প্ৰশ্ন -০৩ অসমৰ প্ৰেক্ষাপটত লেখকে লেখা অৰ্থাৎ প্ৰবন্ধ লিখি অথবা সাহিত্য সৃষ্টি কৰি জীৱিকা পথ উলিয়াই লোৱাৰ পথ সুগম হৈছে বুলি ধাৰণা কৰে নেকি? এই ক্ষেত্ৰত চৰকাৰে সাহিত্যৰ উদ্যোগটোক অসমৰ পৰা আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ  আগুৱাই নিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিছে ড° কস্তুৰী নাথ বাইদেউৰ সৈতে অন্তৰংগ অনুষ্ঠানত থাকি ভাল লাগিল। মোৰ প্ৰশ্নখিনি সুন্দৰকৈ বাইদেৱে উত্তৰ দি উপকৃত কৰিলে। আয়োজক সমিতিৰ লগতে শ্ৰদ্ধাৰ অনিতা বাইদেউলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ২৮-০৭-২০২৫  

প্ৰবন্ধ লিখন বক্তৃতা

 প্ৰবন্ধ লিখন সম্পৰ্কীয় এক বিশেষ অনুষ্ঠানত আছোঁ। বৰ ভাল লাগিছে। সৃষ্টিশীল আৰু চিন্তাশীল জগতত মানুহৰ কম হৈছে। পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাইছে বুলি মত ব্যক্ত কৰিছে।

সমুদ্ৰ

 আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ইংৰাজী আৰু সৃষ্টিশীল লেখাৰ সহযোগী অধ্যাপক আৰু আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লিখন কাৰ্যসূচীৰ সঞ্চালক ড° আৰুণি কাশ্যপ ছাৰক লৈ এখন ছবি পাৰ্থ প্ৰতিম দাস সখাই অংকন কৰিছে। কাশ্যপ ছাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ সৌ সিদিনা (২০-০৬-২০২৫, ইন্দিৰা মিৰি প্ৰেক্ষাগৃহ) ত লগ পাইছিলোঁ। অসমৰ প্ৰেক্ষাপটৰ গৈ বিশ্বৰ বুকুত খোদিত কৰিবলৈ চেষ্টা কৰি থকা আৰুণি কাশ্যপ ছাৰ নি:সন্দেহে নতুনৰ বাবে প্ৰেৰণা। অসম আৰু ভাৰতৰ আৰু বিশ্বৰ বুকুত সাহিত্যৰ তুলনামূলক দৃষ্টিভংগীৰ প্ৰসংগ আৰু বিশেষকৈ সাহিত্য উদ্যোগক বিকাশ ঘটাবলৈ অহৰহ সংবাদ মাধ্যম বা আন আন সাক্ষাৎকাৰত মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। নতুন লেখকক আগুৱাই আহিবলৈ টিপ্পনীও দি থকা দিশটো মোৰ দৰে নতুন শিকাৰুৰ বাবে বা আমাৰ দৰে নতুনসকলৰ বাবে অতি দৰকাৰী।  ছাৰৰ ব্যক্তিত্বৰ আধাৰত এখন ছবি অংকন কৰিবলৈ সখাই প্ৰয়াস কৰিছে। ছবিখনৰ শিল্পী - প্ৰাৰ্থ প্ৰতিম দাস  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰ  প্ৰাক্তন ছাত্ৰ   *সমুদ্ৰ*  সমুখৰ পৰা সমুদ্ৰ মোৰ ভাল নালাগে  তাতেই মোৰ দৌৰাদৌৰি বুলি একো ন...

শুভেচ্ছা

 পাৰ্থ সখাৰ কৰ্ম। তোমাৰ শিল্পৰ সংগ্ৰাম এদিন জগতে জানিব লাগিব। কঠোৰৰ পৰা কঠোৰ সাধনা আৰু অন্তৰতম তাগিদাই মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। ভাল লাগিছে ভগাই লৈছোঁ।

পাৰ্থৰ ছবিৰ কবিতা

 গভীৰ নিশা মোৰ কাণত কোনে আহি ক'লেহি  কি  মৃত শৰীৰ কি  টিঘিলঘিলনী  ই ট ই ঘ ই ঘ ল ন ঈ ছাঁখিনিৰো প্ৰশ্ন আছিল  দিনত নোলায় মাত ঈ দ ন ত ছাঁ ই নেৰে কৌটিকলীয়া অভিমান  অ ভ ই ম আ ন

অকৃতজ্ঞ

 আপুনি অকৃতজ্ঞ নহ'ব -ৰাজেন দাস

অৱসৰী

 বৰ্তমান সময়ত বিজেপি শাসনাধীন চৰকাৰে কাৰ্যনিৰ্বাহ কৰি আছে। বিভিন্ন সময়ত তেওঁলোকৰ কাৰ্য-ক্ৰমণিকা সন্দৰ্ভত সামাজিক মাধ্যম, চৰকাৰী মাধ্যমসমূহত বিজ্ঞাপন প্ৰকাশ কৰি আহিছে। সম্প্ৰতি অসমৰ বহু মহাবিদ্যালয়ত স্বায়ত্বশাসিতলৈ পৰিবৰ্তন হৈছে আৰু গৱেষণাৰো কাম আৰম্ভ হ'বলৈ ধৰিছে। বিষয় আৰু ক্ষেত্ৰ অনুযায়ী একোখন বিশ্ববিদ্যালয়ত বহু ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা কৰি থাকে। জীৱনৰ বহুমূলীয়া সময় খৰছ কৰি তেওঁবিলাকে নিৰ্দিষ্ট একোটা বিষয়ত গৱেষণা কৰি থাকে। এই সময়ছোৱাত তথ্য সংগ্ৰহ, অৰ্থনৈতিক সংকটকে আদি কৰি বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হয়।কোনোবাই নেট/শ্লেট/জেআৰএফ উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা পাঁচবছৰীয়া জলপানি লাভ কৰে। উক্ত সময়তে গৱেষণাৰ তত্বাৱধায়ক আৰু বিভাগৰ অন্যান্য অধ্যাপকৰ সৈতে আলোচনাত মিলিত হৈ অপ্ৰকাশিত বিষয় এটি বিচাৰি গৱেষণা কৰ্ম আৰম্ভ কৰে। এসময়ত বিষয়টিৰ পঞ্জীয়ন হয় আৰু পৰৱৰ্তীকালত গৱেষণাৰ অগ্ৰগতি হ'বলৈ আৰম্ভ কৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত গৱেষকে‌ গৱেষণাৰ তত্বাৱধায়কৰ দিহা-পৰামৰ্শ আৰু পুথিভঁৰালৰ গ্ৰন্থ অধ্যয়ন, ক্ষেত্ৰ বন্ধু আৰু নিৰ্বাচিত বিষয়ত গৱেষণাৰ তথ্য আহৰণ কৰি উক্ত গৱেষণা ক...

শইকীয়া ছাৰৰ গ্ৰন্থ আলোচনা

 ঊনবিংশ শতিকাৰ। পোহৰত আধুনিক অসমীয়া সাহিত্য: অসমৰ সমাজ -জীৱনৰ এগৰাকী সূক্ষ্ম বিশ্লেষক ড° নগেন শইকীয়া। তেওঁ অসমীয়া সাহিত্যক চহকী কৰিছে। অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী কৌস্তুভ প্ৰকাশনে ঊনবিংশ শতিকাৰ পোহৰত আধুনিক অসমীয়া সাহিত্য গ্ৰন্থখন ২০১৪ চনৰ ব'হাগ বিহুৰ সময়ত প্ৰকাশ কৰে। গ্ৰন্থখনৰ প্ৰকাশ আৰু প্ৰকাশৰ আঁচনি সম্পৰ্কত কয়- "ভাৰতৰ সাহিত্য অকাদেমিয়ে 'ৰাইটাৰ্ছ ইন ৰেছিডেন্সী' আঁচনিৰ অধীনত ভাৰতীয় ভাষাৰ স্বীকৃত ভাষাৰ কিছু নিৰ্বাচিত লেখকক নিজৰ নিজৰ নিৰ্বাচিত বিষয়ৰ একোখন গ্ৰন্থ প্ৰণয়নৰ বাবে একোটি অৰ্থ সাহায্য আগবঢ়ায়। এই আচঁনিত অকাদেমিয়ে মোকো অন্তৰ্ভুক্ত কৰে।" (লেখকৰ একাষাৰ)

গৱেষক দিৱস ৰ বক্তৃতা ৰ বাতৰি

 https://epaper.asomaditya.com/epaper/edition/2442/asom-aditya-epaper-%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%B0%E0%A7%80/13/dibrugarh

ব্ৰহ্মপুত্ৰ

ব্ৰহ্মপুত্ৰ  যোগেন্দ্ৰনাথ শৰ্মা  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন পৰিষদে ব্ৰহ্মপুত্ৰ শীৰ্ষক গ্ৰন্থখন২০১৮ চনত প্ৰথম প্ৰকাশ কৰি উলিয়ায়। গ্ৰন্থখনত মুঠ ১২টা অধ্যায় আছে। ব্ৰহ্মপুত্ৰৰ পৰিচয়,গতিপথ,নদী প্ৰণালী, বৈশিষ্ট্য,ভূতত্ত্ব,ভূ-আকৃতি, অৱবাহিকাৰ জলবায়ু,নদৰ প্ৰক্ৰিয়া,জলভূবিজ্ঞান, অৱবাহিকাৰ প্ৰাকৃতিক সম্পদ, প্ৰাকৃতিক দুৰ্যোগ আৰু নদীপথৰ গতি পৰিৱৰ্তন, দুৰ্যোগ প্ৰতিৰোধ ব্যৱস্থা, জলসম্পদৰ ব্যৱহাৰ আৰু কেইটামান প্ৰাসংগিক কথা আদি দিশসমূহ আলোচনা আগবঢ়াইছে। গ্ৰন্থখনৰ বাচনি আৰু গুৰুত্ব সম্পৰ্কে এঠাইত স্পষ্ট কৰা হৈছে - "মানৱ -জাতিৰ বিশাল জ্ঞান -ভাণ্ডাৰৰ একো-একোটা সুনিৰ্দিষ্ট বিষয়ত অসমীয়া ভাষাত একো-একোখন স্বয়ংসম্পূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰি অসমত জ্ঞান -চৰ্চাৰ এক গতিশীল পৰিৱেশ গঢ়ি তোলাই এইলানি গ্ৰন্থৰ ঘাই উদ্দেশ্য। মানৱ-সভ্যতাৰ বিকাশ আৰু বিৱৰ্তনত দিক-নিৰ্ণায়ক বুলি বিবেচিত হোৱা বিষয়বোৰৰ মাজৰপৰাই এইলানি গ্ৰন্থৰ বিষয়বোৰ নিৰ্বাচন কৰা হৈছে। লগতে এনে কেইটিমান বিষয়ো বাছি লোৱা হৈছে যিকেইটাৰ অসম আৰু উত্তৰ-পূব ভাৰতৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। বিষয় বাছনিৰ ক্ষেত্ৰত বিষয়ৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ ...

মোৰ কথা

 এটা এটা উচ্চ(যিকোনো ডিগ্ৰী)শিক্ষাৰ ডিগ্ৰী ল'বলৈ কিমান কষ্টকৰ। কিমান হাড়ভঙা কষ্ট কৰোঁ। ঘৰৰ আৰ্থিক অসুবিধা হ'লে কিমান সংগ্ৰাম কৰিব লাগে। নেট/শ্লেট/জে.আৰ.এফ পাবলৈ কিমান মগজুক জোৰ দিব লাগে। সেই পৰীক্ষা এবাৰ দুবাৰ তিনিবাৰলৈকো দি ভাল ফল কৰি লওঁতে কি যন্ত্ৰণা ? ঘৰখনৰ লগতে গাঁওখনৰ পৰা ওলাই আহি সপোন পূৰ্ণ কৰিবলৈ কিমান কষ্টকৰ এবাৰ ভাবিছেনে? এই কথা কোনে ভাবিব ? ইমান মাধমাৰ কিয় দিছে ? আমাৰ কষ্ট, ত্যাগ আৰু সময়ৰ মূল্য নাই নেকি? হায়! কি চলিছে ? কি হ'বগৈ আছে ?

২০জুলাই, গৱেষক দিৱস

 আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৃষ্ণকান্ত সন্দিকৈৰ দৃষ্টিভংগী সন্দৰ্ভত মই এটি সৰু ধাৰণা পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ।  কৃষ্ণকান্ত সন্দিকৈদেৱে ২১ বছৰ বয়সতেই যে পৃথিৱী বিখ্যাত হৈ পৰিছিল, তেওঁৰ অন্তৰাত্মাত জ্ঞান সাধনাক কেন্দ্ৰত ৰাখিছিল, তেওঁ সেই ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন নীতিৰ পোষকতা কৰিছিল, ঊনবিংশ শতিকাৰ নৱজাগৰণৰ সময়ৰ আন আন প্ৰসংগই কিদৰে অসম,ভাৰত তথা বিশ্বদৰবাৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল সেইখিনি ছাৰে তথ্য সহকাৰে বুজাই দিছিল। ছাৰৰ প্ৰতিটো বক্তৃতাই আমাক মোহাচ্ছন্ন কৰিছিল সেয়া আকৌ আজি প্ৰমাণিত হ'ল।‌ছাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আলোকচিত্ৰ -শ্ৰদ্ধাৰ জিণ্টি দাস বা

মাণিক পালৰ উপন্যাস

 https://epaper.asomaditya.com/epaper/edition/2437/asom-aditya-epaper-%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%B0%E0%A7%80/17/%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A7%80

সত্ৰ-সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্য

 মোৰ প্ৰিয় শিক্ষাগুৰু ড° উৎপল নাৰায়ণ গোস্বামী ছাৰৰ সত্ৰ , উৎপত্তি,বিভাজন,চাৰি সংহতি,আৰু ইয়াৰ সৈতে সংপৃক্ত ভাওনা সংস্কৃতি, বাদ্য, গায়ন-বায়নশৈলী,জনজাতি সমাজৰ বিষয়ে আলোকপাত কৰা এখন উপাদেয় গ্ৰন্থ। আগ্ৰহী সকলে পঢ়ি চাব পাৰে। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰিছে।

ৰ'দমালিতা

 ৰ''দমালিতা আজিও নহ'ল বাটিবলৈ বিচৰা দহি ৰ'দে খাওঁ খাওঁ কৰে  বতৰেও নিজৰ কাম নেৰে  ঋতু অনুসৰি কাম  বতৰৰ নাই কতো দাম বীজ অনুসৰি ফল বাঢ়ে মানুহৰ একলা -দুকলা ৰং নদাই ভদায়ে কি কৰে নৰকে সেয়া লৈ মূৰ ঘমোৱা নাই  চিত্ৰগুপ্ত আজি সাজু  ৰ'দে এছাতি আহিব  যদুহঁতৰ চিৰালফটা মাটি জীপ পাব  শুকান মুখে সেউজ সংকেত পাব বৰষুণৰ জাক এটাৰ আগতেও বিজুলী ঢেৰেকনিয়ে আগজাননী দিব  এদিন লুটি পুতি খোৱা কেইটায়ো বুজিব  মাটিখিনি ম্যাদী তেজখিনি ৰঙা  প্ৰয়োজন দুহাত এবেগেত  মই এতিয়া যিকোনো কথাতে মন বেয়া কৰা নাই  আগতে যি হৈ আছে  আগলৈ যি হ'ব  এতিয়াৰ পৰা প্ৰস্তুতি দৰকাৰ  এই কথা অন্ততঃ কৰ্মই শিকাই এতিয়ালৈকে ময়ো অন্ততঃ মোৰ দৰে গৈ থাকিম ৰাজেন দাস  বেলগুৰি ফোন -৯১০১২২১৪৩৬ https://axomkabyakanan.blogspot.com/2025/07/blog-post_19.html প্ৰকাশ পালে  পষেকীয়া কাব্যকাননৰ  অষ্টম বৰ্ষৰ সপ্তম সংখ্যা অনুগ্ৰহ কৰি লিংকটো ভাগবতৰা কৰি নিজে পঢ়াৰ লগতে  আনকো পঢ়ুৱাওক🙏

গৰীয়সী লৈ

 নিনাদ গোটেই ৰাতি শুব পৰা নাই  গোটেই নহয় মধ্যৰাতিলৈকে কোনো গছপাতেও নাচি-বাগি লৰচৰ কৰা নাই ঘৰটোৰ মানুহ টোপনিত লালকাল দিছিল  কাৰণ দিনটো আছিল দৌৰাদৌৰি আৰু অনেক ব্যস্ততা হঠাৎ বিজুলী ঢেৰেকণিয়ে চকু চাত মাৰিব খোজে  একোবত পৰ্দাখনৰ ফাঁকেৰে  বিজুলী ঢেৰেকণি সোমাই  জোকাৰি পোকাৰি পেলাব পলাব যেন লাগে বৰষুণৰ পৰিমাণো কম সেই উচ্চস্বৰে কিবা কৰিম বুলি কৰিব পাৰেনে কি বৰ্বৰ , ক্ষমতালিপ্সা, শোষণ -নিস্পেষণ... নিনাদ গোটেই ৰাতি শুব পৰা নাই  গোটেই নহয় মধ্যৰাতিলৈকে কোনো গছপাতেও নাচি-বাগি লৰচৰ কৰা নাই ঘৰটোৰ মানুহ টোপনিত লালকাল দিছিল  কাৰণ দিনটো আছিল দৌৰাদৌৰি আৰু অনেক ব্যস্ততা হঠাৎ বিজুলী ঢেৰেকনিয়ে চকু চাত মাৰিব খোজে  একোবত পৰ্দাখনৰ ফাঁকেৰে  বিজুলী ঢেৰেকনি সোমাই  জোকাৰি পোকাৰি পেলাব পেলাব যেন লাগে বৰষুণৰ পৰিমাণো কম; সেয়ে ভয়ানক চিন্তা  সেই উচ্চস্বৰে কিবা কৰিম বুলি কৰিব পাৰেনে কি বৰ্বৰ , ক্ষমতালিপ্সা, শোষণ -নিস্পেষণৰ অৱসান  ঠিকনা: ৰাজেন দাস  ডিব্ৰুগড়  দূৰভাষ -৯১০১২১১৪৩৬

প্ৰকাশ আলোচনীলৈ

 অনুশোচনা দেখা নাই হাহাকাৰ  বান্ধিছোঁ দুনয়ন  এতিয়া সেই নয়নেই দেখিও নেদেখোঁ  দুকাণে উনায়ো নুশুনো অপৈণত মগজুৱে বুজিও নুবুজোঁ  এনে কিয় হয়  ময়ো নাজানো আপোনাৰো‌ হয় নেকি   নহ'বও‌ পাৰে  হ'বও পাৰে  মই যেন শিকলিৰে বান্ধ খাই থাকোঁ প্ৰয়োজনে অপ্ৰয়োজনে এনেকৈ বহুবছৰ পাৰ হয়  গতানুগতিক নাই কোনো নতুনত্ব বোপা ককাৰ কথা  নুশুনি নুবুজি  নল'লো গম ন‌ শিকাৰুলৈ ক'তে বা কি থৈ যাম বুকুত হাত থৈ কিদৰেনো ক'ম

জোনদা কবিতাৰ প্ৰথম শিক্ষক

 বহু ধন্যবাদ জনাইছোঁ দাদা  ০২-০৭-২০২৫ আপুনি মোৰ কবিতাৰ প্ৰথম শিক্ষক  কোনোৱে আজিলৈকে এনেদৰে সহায় কৰা নাই। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দাদা।

তুলসী ছাৰলৈ

 দোৰোণ ফুল মই দেখা নাই তেনে ছাঁয়া  যি কেৱল ওখ নহয় বিস্তৃতও মই গিলিছোঁ শব্দ,শব্দৰ লগত অৰ্থ আৰু গূঢ়তত্ব  এই অৰ্থ যে অভিনৱ  এতিয়া শোকাৰ্ত হৈ আছোঁ  দহি বাটিব পৰা নাই  বাটিলেও উঘাৰ শলা নুঘূৰে নানাচে সানি পুতুকি খাব পৰা নাই এসাঁজ  চিতা জুই চুৰি কৰি কবি হোৱা  কবিৰ শূণ্যতাই ৰেপি ৰেপি চেপি চেপি উলিয়াব বিচাৰে খালী ঘৰৰ তালিকা  আকৌ এবাৰ ভাবিছোঁ কি এৰি থৈ আহিলো  কত কি শব্দ পিহিলো গাঁথিব বিচাৰিছিলোঁ শব্দৰ এখনি চিনাকি ঘৰ  তধা লাগি দোৰোণ ফুলখিনিৰ কাষতে খিলখিলাই ৰ'লো মই এতিয়া উভতিব নোৱাৰোঁ  য'ৰ পৰা এবাৰ আহিছিলোঁ এতিয়া উভতিছোঁ য'ত আছিলোঁ  সিদিনা ফিকাচাহকাপৰ চুমুকে চুমুকে পুৱাৰ ৰঙীণ মুখখন উজলাই তুলিছিলে এতিয়া মোৰ কোনো অনুভূতিৰ লগত মিতিৰালি নাই নে তথাপি আকাশী গংগা নাই নালাগে  নালাগে পালতৰা নাৱৰীয়াৰ ৰং বগে ঢকেঢকি বালিচ'ৰাত বহি বুটলি ল'ম ৰং  একোবত চাই ৰ'ম  বালিমাহীৰ খং ( তুলসী ছাৰলৈ)

পাৰ্থৰ ছবি

 এদিন তুমি বিশ্বখ্যাতি লাভ কৰিবা। এয়া মোৰ কথা দিছোঁ। কচৰৎ কৰি থাকা ছবিৰ যাদুকৰ সখা।

য়াছমিন বাইদেউ,চিকেবি

 মোৰো মনটো সেমেকি উঠিছে। সৌ সিদিনা এমোকোৰা হাঁহি লৈ মহাবিদ্যালয়লৈ আহে। টোপোলা নাইবা আন পাত্ৰত যতনাই অনা মিঠাইৰ খোৱাদ কোনে পাহৰে। বাইদেউৰ আহিবলগীয়া দিনবোৰ মধুৰ হওক। কুশল প্ৰাৰ্থনাৰে... ইতি  ৰাজেন  ০১-০৭-২০২৫