মোৰ কথা
এটা এটা উচ্চ(যিকোনো ডিগ্ৰী)শিক্ষাৰ ডিগ্ৰী ল'বলৈ কিমান কষ্টকৰ। কিমান হাড়ভঙা কষ্ট কৰোঁ। ঘৰৰ আৰ্থিক অসুবিধা হ'লে কিমান সংগ্ৰাম কৰিব লাগে। নেট/শ্লেট/জে.আৰ.এফ পাবলৈ কিমান মগজুক জোৰ দিব লাগে। সেই পৰীক্ষা এবাৰ দুবাৰ তিনিবাৰলৈকো দি ভাল ফল কৰি লওঁতে কি যন্ত্ৰণা ?
ঘৰখনৰ লগতে গাঁওখনৰ পৰা ওলাই আহি সপোন পূৰ্ণ কৰিবলৈ কিমান কষ্টকৰ এবাৰ ভাবিছেনে?
এই কথা কোনে ভাবিব ?
ইমান মাধমাৰ কিয় দিছে ?
আমাৰ কষ্ট, ত্যাগ আৰু সময়ৰ মূল্য নাই নেকি?
হায়! কি চলিছে ?
কি হ'বগৈ আছে ?
Comments
Post a Comment