শইকীয়া ছাৰৰ গ্ৰন্থ আলোচনা
ঊনবিংশ শতিকাৰ। পোহৰত আধুনিক অসমীয়া সাহিত্য:
অসমৰ সমাজ -জীৱনৰ এগৰাকী সূক্ষ্ম বিশ্লেষক ড° নগেন শইকীয়া। তেওঁ অসমীয়া সাহিত্যক চহকী কৰিছে। অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী কৌস্তুভ প্ৰকাশনে ঊনবিংশ শতিকাৰ পোহৰত আধুনিক অসমীয়া সাহিত্য গ্ৰন্থখন ২০১৪ চনৰ ব'হাগ বিহুৰ সময়ত প্ৰকাশ কৰে। গ্ৰন্থখনৰ প্ৰকাশ আৰু প্ৰকাশৰ আঁচনি সম্পৰ্কত কয়-
"ভাৰতৰ সাহিত্য অকাদেমিয়ে 'ৰাইটাৰ্ছ ইন ৰেছিডেন্সী' আঁচনিৰ অধীনত ভাৰতীয় ভাষাৰ স্বীকৃত ভাষাৰ কিছু নিৰ্বাচিত লেখকক নিজৰ নিজৰ নিৰ্বাচিত বিষয়ৰ একোখন গ্ৰন্থ প্ৰণয়নৰ বাবে একোটি অৰ্থ সাহায্য আগবঢ়ায়। এই আচঁনিত অকাদেমিয়ে মোকো অন্তৰ্ভুক্ত কৰে।" (লেখকৰ একাষাৰ)
Comments
Post a Comment