২০জুলাই, গৱেষক দিৱস
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৃষ্ণকান্ত সন্দিকৈৰ দৃষ্টিভংগী সন্দৰ্ভত মই এটি সৰু ধাৰণা পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ।
কৃষ্ণকান্ত সন্দিকৈদেৱে ২১ বছৰ বয়সতেই যে পৃথিৱী বিখ্যাত হৈ পৰিছিল, তেওঁৰ অন্তৰাত্মাত জ্ঞান সাধনাক কেন্দ্ৰত ৰাখিছিল, তেওঁ সেই ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন নীতিৰ পোষকতা কৰিছিল, ঊনবিংশ শতিকাৰ নৱজাগৰণৰ সময়ৰ আন আন প্ৰসংগই কিদৰে অসম,ভাৰত তথা বিশ্বদৰবাৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল সেইখিনি ছাৰে তথ্য সহকাৰে বুজাই দিছিল। ছাৰৰ প্ৰতিটো বক্তৃতাই আমাক মোহাচ্ছন্ন কৰিছিল সেয়া আকৌ আজি প্ৰমাণিত হ'ল।ছাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আলোকচিত্ৰ -শ্ৰদ্ধাৰ জিণ্টি দাস বা
Comments
Post a Comment