প্ৰবন্ধ

 এক তথ্যসমৃদ্ধ আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান।


প্ৰশ্ন -০১

সাহিত্যিক এগৰাকীয়ে এবাৰ এঠাইত কৈছিল যে মই সাহিত্যৰ ভিন ভিন বিধাত হাত দিয়াৰ বাবে যিকোনো এটি শাখাত বহুদূৰলৈ যাব নোৱাৰিলোঁ,যাৰ বাবে সাহিত্যৰ পুৰষ্কাৰৰ বাবেও বঞ্চিত হৈছোঁ বুলিয়েই ক'ব পাৰি ?

প্ৰশ্ন -০২

বৰ্তমান সময়ত এজন লেখকৰ ৫-৮ টালৈকে অসমৰ আৰু ভাৰতৰো আন আন ভাষাত প্ৰকাশিত হৈছে এইক্ষেত্ৰত প্ৰবন্ধখিনি কিমান উন্নত হৈছে বুলি আপুনি ধাৰণা কৰে,এই সম্পৰ্কে জনাব বাইদেউ

প্ৰশ্ন -০৩

অসমৰ প্ৰেক্ষাপটত লেখকে লেখা অৰ্থাৎ প্ৰবন্ধ লিখি অথবা সাহিত্য সৃষ্টি কৰি জীৱিকা পথ উলিয়াই লোৱাৰ পথ সুগম হৈছে বুলি ধাৰণা কৰে নেকি? এই ক্ষেত্ৰত চৰকাৰে সাহিত্যৰ উদ্যোগটোক অসমৰ পৰা আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ 

আগুৱাই নিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিছে


ড° কস্তুৰী নাথ বাইদেউৰ সৈতে অন্তৰংগ অনুষ্ঠানত থাকি ভাল লাগিল। মোৰ প্ৰশ্নখিনি সুন্দৰকৈ বাইদেৱে উত্তৰ দি উপকৃত কৰিলে।

আয়োজক সমিতিৰ লগতে শ্ৰদ্ধাৰ অনিতা বাইদেউলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

২৮-০৭-২০২৫

 

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা