য়াছমিন বাইদেউ,চিকেবি

 মোৰো মনটো সেমেকি উঠিছে। সৌ সিদিনা এমোকোৰা হাঁহি লৈ মহাবিদ্যালয়লৈ আহে। টোপোলা নাইবা আন পাত্ৰত যতনাই অনা মিঠাইৰ খোৱাদ কোনে পাহৰে। বাইদেউৰ আহিবলগীয়া দিনবোৰ মধুৰ হওক। কুশল প্ৰাৰ্থনাৰে...

ইতি

 ৰাজেন 

০১-০৭-২০২৫

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা