গৰীয়সী লৈ

 নিনাদ


গোটেই ৰাতি শুব পৰা নাই 

গোটেই নহয় মধ্যৰাতিলৈকে

কোনো গছপাতেও নাচি-বাগি লৰচৰ কৰা নাই



ঘৰটোৰ মানুহ টোপনিত লালকাল দিছিল 

কাৰণ দিনটো আছিল দৌৰাদৌৰি আৰু অনেক ব্যস্ততা


হঠাৎ বিজুলী ঢেৰেকণিয়ে চকু চাত মাৰিব খোজে 

একোবত পৰ্দাখনৰ ফাঁকেৰে 

বিজুলী ঢেৰেকণি সোমাই 

জোকাৰি পোকাৰি পেলাব পলাব যেন লাগে

বৰষুণৰ পৰিমাণো কম


সেই উচ্চস্বৰে কিবা কৰিম বুলি কৰিব পাৰেনে


কি

বৰ্বৰ , ক্ষমতালিপ্সা, শোষণ -নিস্পেষণ...

নিনাদ




গোটেই ৰাতি শুব পৰা নাই 


গোটেই নহয় মধ্যৰাতিলৈকে


কোনো গছপাতেও নাচি-বাগি লৰচৰ কৰা নাই






ঘৰটোৰ মানুহ টোপনিত লালকাল দিছিল 


কাৰণ দিনটো আছিল দৌৰাদৌৰি আৰু অনেক ব্যস্ততা




হঠাৎ বিজুলী ঢেৰেকনিয়ে চকু চাত মাৰিব খোজে 


একোবত পৰ্দাখনৰ ফাঁকেৰে 


বিজুলী ঢেৰেকনি সোমাই 


জোকাৰি পোকাৰি পেলাব পেলাব যেন লাগে


বৰষুণৰ পৰিমাণো কম; সেয়ে ভয়ানক চিন্তা 




সেই উচ্চস্বৰে কিবা কৰিম বুলি কৰিব পাৰেনে




কি


বৰ্বৰ , ক্ষমতালিপ্সা, শোষণ -নিস্পেষণৰ অৱসান 




ঠিকনা:

ৰাজেন দাস 

ডিব্ৰুগড় 

দূৰভাষ -৯১০১২১১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা