আকাশদ্বীপ্ত ছাৰলৈ প্ৰশ্ন
০১.
ছাৰ, প্ৰবন্ধ এটি নিৰ্মাণৰ বাবে মুখ্য উৎস আৰু গৌণ উৎসৰ ভূমিকা সম্পৰ্কে চমুকৈ জনাব
বৰ সুন্দৰকৈ আলোচনা কৰিলে। এটি শ্ৰেণীকোঠাৰ যি অনুভৱ মোৰ তেনে লাগিল।
ছাৰ,আমি উপকৃত হৈছোঁ।
আয়োজকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আকাশদ্বীপ্ত ঠাকুৰ ছাৰক আজি কাষৰ পৰাই পাই তেওঁৰ সৃষ্টি
সিপাৰে যমুনাৰ সম্পৰ্কে চমুকৈ বিনিময় কৰিলোঁ।
Comments
Post a Comment