শেৱালী

 শেৱালীৰ সুবাসে চৌদিশে ভৰিলে

কলকলনি তুলি থকা চৰাই পোৱালি কেইটাই ৰ লাগি থাকিলে

থোপাথোপে ফুলবোৰ বৰ কোমল

মই যে দুহাতেৰে চুই মৰম কৰোঁতে মনত লাগিছে শীতল

পুৱাই উঠি দেখিলোঁ শেৱালী

জোপাজোপে লগালগিকৈ আছে 

নিয়ৰকণাও দেখোন 

ৰ'দচাতিয়ে দিয়কচোন 

এখনি শেতেলী আপোন

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা