নক্ষত্ৰ
বকুল জোপা ফুলি থাকিল
ৰ'দে আহি জিৰাবহি
তোমাৰ গা এই ছাঁ ৰ কথাকে ক'ব
তোমাৰ ছাঁ ই যে পৃথিৱী পোহৰাইছে
গানে গানে গানে
বাতৰি পঢ়িলোঁ
তোমালৈ মানি যাও মানৰো মান
সুৰে সুৰে আহি যায় সুৰুযবুলীয়া জোনবাই
স্পিন বলাৰ জন নাই
বলটো আছে
ক'ত
খেলপথাৰত
হৃদয়াকাশত
নহয়
প্ৰেমৰ মাজত
হোৱাই এণ্ড ট্ৰাইলৰ ফাকত
লোকসংস্কৃতিবিদ বীৰেন্দ্ৰ নাথ দত্ত ছাৰ আৰু অৰুণলোচন দাস ছাৰৰ ,বিষন সিং বেদী মৃত্যু ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ
Comments
Post a Comment