বগীবিল দলং


 সৌ যে দেখিছে চিন নিচিনকৈ 

মোৰো দৃষ্টি তাত 

বিচাৰি আছোঁ 

পূৰাবলৈ পাম নে 

দূৰদিগন্তৰ 

চাৰে 

গা 

মা 

পা 

ধা 

নী 


তায়ো তাকে কয় 

আৰু প্ৰতিদিনে 

দ্বন্দ লাগে 

নিজক জিলিকাবলে লুইতৰ পাৰ 

(মোৰ জীৱনৰ প্ৰিয়নাৰী ৰেখামণি কলিজালৈ মৰমেৰে আগবঢ়ালোঁ)











Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা