অকলশৰীয়া
অকলশৰীয়া
আপুনি ইমান অকলশৰীয়া নহয়
আপোনাৰ সৈতে আপোনাৰ দেহ-মন-প্ৰাণ গৈ থাকে
অকলশৰীয়া কেতিয়া হয়
ল'ৰা/ ছোৱালী
ডেকা/ডেকেৰী
বুঢ়া/বুঢ়ী ত
নে কেতিয়া
ভাবকচোন
আমি কেতিয়া অকলশৰীয়া
খাবলৈ দাঁতে অকলে চোবায়
নাকেৰে অকলশৰে শুঙে
কাণেৰে অকলশৰে শুনে
ভৰিয়ে অকলশৰে খোজকাঢ়ে
মগজুৱে দেহৰ সমস্ত খবৰ পলকতে অকলে দিয়েনে
পঞ্চইন্দ্ৰিয়ৰ সমৰ্থন নিদিলে
চোনামানুহলৈ আগবঢ়ালোঁ
২২-১০-২০২৩


Comments
Post a Comment