দুৱাৰ

 মই দুৱাৰ বিচাৰি আছোঁ 

ক'ত আছে দুৱাৰ 

খিৰিকী এখনো দৰকাৰ 

বতাহ ছাটি আহক

মেঘ নাহক ওন্দোলাই

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা