ড° মহেশ্বৰ মৃত্যু তিথি

 বিশিষ্ট সাহিত্যিক ড° মহেশ্বৰ নেওগ ছাৰৰ মৃত্যুতিথি উপলক্ষে ড° মহেশ্বৰ নেওগ সাৰস্বত ন্যাস পৰিষদে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনলাইন( Zoom)যোগে উপস্থিত আছিলোঁ। বিশেষ কৃতজ্ঞতা ড° নগেন শইকীয়া ছাৰ,ড° প্ৰদীপ জ্যোতি মহন্ত ছাৰ,ড° সত্যকাম বৰঠাকুৰ ছাৰ ।

মহেশ্বৰ নেওগ ছাৰৰ বিষয়ে সমীৰ বন্দ্যোপাধ্যায় ছাৰে এটা সুন্দৰ তথা তত্ত্বগধুৰ ভাষণ প্ৰদান কৰিলে। সত্ৰীয়া নৃত্য, মণিপুৰী নৃত্যৰ প্ৰসংগই ঠাই পাইছে। প্ৰসংগক্ৰমে ড° হীৰেন গোহাঁই ছাৰ,ভবেন বৰুৱা আদি উদাহৰণ উল্লেখ কৰিছে।

ড° নগেন শইকীয়া ছাৰে দুআষাৰ প্ৰদান কৰা অনুষ্ঠানটো ইমান সুন্দৰ তথা নিয়মাৱলী পালনেৰে আয়োজন কৰা দিশটো মন কৰিবলগীয়া।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা