ৰত্না বাইদেউ
আপুনি মই আজি কিমান কিউৰিয়াছ, এতিয়া প্ৰকৃতিৰ শান্ত সমাহিত গতিৰ পৰাও গতি,এই সোণৰ দলিচা সদৃশ শেতেলী বনত তনমন থৈ জিও জিও কৈ জুৰায় ল'ব পাৰি , ইহঁতে স্পেছ নাজানো,নাজানো গাফিলতিৰ অংক, মাথোঁ ৰিবৰিবিকৈ বলি থাকিব জানে,সেউজ সংকেত হৈ, আৰু এপল দুপলকৈ প্ৰতিপলে অনুপলে নদীৰ গতি চলমান হৈ থাকিব খোজে,ফৰফৰীয়া আকাশে-বতাহে ,হাউলি পৰিব ধৰা গছৰ শিপাই খামোচ মাৰি হ'লেও সংগ দিব তৰু-তৰুণ
তোমাক মোক আপোনাক,নাইবা আন কাৰোবাক,মানে বাটৰুৱাক,ঘাটৰুৱাক,নাৱৰীয়াক,খোজনীয়াক...
Comments
Post a Comment