International literacy day,08-09-2024
মই অসমীয়া ৱিকিপিডিয়াত বহুত ব্যক্তিয়ে সেৱা আগবঢ়াই আহিছে। সেয়া মুষ্টিমেয় বুলিব পাৰি। অসমীয়া ৱিকিপিডিয়াত সমল বৃদ্ধি কৰিবলৈ ছাত্ৰ-ছাত্ৰীলৈ কি অনুৰোধ কৰিব? মোৰ প্ৰশ্নৰ উত্তৰত ড° ৰত্নোত্তমা দাস বিক্ৰম বাইদেৱে ছাত্ৰ ছাত্ৰী নহয় শিক্ষসকলো আগবাঢ়ি আহি সহযোগ কৰিব লাগিব। চৰাকাৰীভাৱে সহায় -সহযোগ লাগিব। ভাষাটোৰ সমল বৃদ্ধি কৰিবলৈ সকলোৱে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই বুলি বাইদেৱে জনাইছে।
দুয়োগৰাকী বাইদেউৰ চিন্তা-দৰ্শন আৰু সহজ সৰল বক্তৃতাই আমাক মুগ্ধ কৰি ৰাখিলে। আয়োজক সমিতিলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।

Comments
Post a Comment