লোকেল কুংফু

 লোকেল কুংফু 

ইমান হাঁহিলোঁ(কমেডি+ট্ৰেজেডি)

হাঁহিৰ মাজে দি গৈছে অনেক বাৰ্তা 

ভাষাৰ প্ৰতি দৃষ্টি (উচ্চাৰণ), সুন্দৰ অভিনয়, সুন্দৰ শ্বট, শৈক্ষিক চিত্ৰণ

ইত্যাদি দিশসমূহ সুন্দৰকৈ ফুটি উঠিছে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা