মোৰ বিষয়ে কোনে কি কয়
"তোমাক কম বয়সতে ইমান কাম কৰাৰ বাবে বাইদেউহঁতে উপলুঙা কৰি থাকে।"-SDN
"ৰাজেনে ক্ষেত্ৰ অধ্যয়নৰ বাবে চলা পথাৰলৈ গৈছে। তাতেই আকৌ সাম্প্ৰতিক সময়ত কি কি আপডেট আহি আছে স্টেটাছ দি আছে,আমি বিভাগতে থাকিও একো গমেই পোৱা নাই "-চিলমিল সপোন হাজৰিকা, জানুৱাৰী,২০২৫
Comments
Post a Comment