উস্তাদি

 মই তাক কৈছোঁ,কি কৈছ,তই যে শ্লেট আছেই। আকৌ নেট কেলে। মানে বুজি পোৱা নাই। ভালকৈ বুজাই দে। নেট পাছ বা শ্লেট পাছ কৰিলে সহকাৰী অধ্যাপক পদৰ বাবে যোগ্যতা অৰ্জন কৰে। যিকোনো এটাহে লাগে। অ। ই ধ্ৰৱসত্য।  সি কি কয়। কি ক'ব। আছে শ্লেট আছেই। নেটো লাগে আকৌ। দুয়োটা হ'লে কি ভাল হ'ব। ভাল হ'ব। কিন্তু তই টকা আৰু সময় অপচয় কৰি আছ। লাভ নাই নহয়। অ।‌কৰিম যা।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা