মোৰ প্ৰশ্ন
১. পুৰাকথাক লৈ অসমীয়া আৰু ভাৰতীয় সাহিত্যৰ বিধালৈ অৱদান আগবঢ়াই আহিছে এইক্ষেত্ৰত সাহিত্যৰ ভৱিষ্যত সম্পৰ্কে জনাব
2. পুৰাকথা কি, সাহিত্য নিৰ্মাণ প্ৰসংগ কোন সময়ৰ পৰা ধৰিব পাৰি?পুৰাকথাক নতুনকৈ নিৰ্মাণ কৰোঁতে কি কি দিশত অধিক গুৰুত্ব প্ৰদান কৰা হয় ?
3. মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ কোনখিনি চৰিত্ৰক লৈ সাহিত্যৰ বিধা সৃষ্টি হৈ আছে আৰু ভৱিষ্যতে আৰু কোনবোৰ চৰিত্ৰ নিৰ্বাচনত উঠিব পাৰে?
4. আপোনাৰ পুৰাকথাৰ ঔপন্যাসিক যাত্ৰাৰ বিষয়ে জনাব? কি কি চৰিত্ৰক লৈ লিখিবলৈ লৈছিল আৰু সম্প্ৰতিও চৰ্চা অব্যাহত ৰাখিছে ?
5. পুৰাথাৰ চৰিত্ৰক কেন্দ্ৰ কৰি উপন্যাসৰ বাদেও আৰু কি কি দিশত চৰ্চা হোৱা পৰিলক্ষিত হৈছে?
Comments
Post a Comment