মোৰ প্ৰশ্ন আৰু সমৃদ্ধিশালী সময়

 শ্ৰদ্ধাৰ দীপামণি হালৈ মহন্ত(গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক)বাইদেউৰ তথ্যসমৃদ্ধ আৰু অতি গুৰুত্বপূৰ্ণ আলোচনাখিনিয়ে মোহাচ্ছন্ন কৰি ৰাখিলে। বাইদেউলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। অসমীয়া সাহিত্যৰ বহু গুৰুত্বপূৰ্ণ কাণ্ডাৰীৰ উল্লিখনেৰে আলোচনাখিনিয়ে যথেষ্ট পৰিমাণে উপকৃত কৰিলে।

মোৰ প্ৰশ্ন -অসমীয়া সাহিত্য প্ৰকৃতি সাহিত্যই জনজাগৰণৰ সৃষ্টিত কিদৰে ভূমিকা পালন কৰিছে?

বাইদেউ -প্ৰকৃতি সাহিত্য, চৰকাৰীভাৱে হোৱা কাৰ্যক্ৰমণিকা আৰু প্ৰকৃতিৰ সাহিত্যই যি সাৰ্বজনীন নি: স্বাৰ্থ ভূমিকা পালন কৰিছে। শেহতীয়াকৈ সাহিত্যৰ মাজত সংপৃক্ত প্ৰকৃতি সাহিত্যৰ চেতনাৰ দৃঢ় হ'বলৈ ধৰিছে। তেওঁ সাৰ্বজনীনভাৱে প্ৰকৃতিৰ সাহিত্য আৰু শিশুৰ পৰা বৃদ্ধলৈকে অনা জনজাগৰণৰ দিশখিনি স্পষ্টতা অতি মনকৰিবলগীয়াকৈ প্ৰত্যুত্তৰ দিছিল।

আৰু বহু দিশ অতি সুন্দৰকৈ বুজাই দিছিল। মোৰ বৰ ভাল লাগিল, বাইদেউলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা