ছবিপ্ৰেম

 স্নিগ্ধতাৰ বাদে নালাগে তোমাৰ পৰা একো 

সময়ৰ সোপান আৰু তোমাৰ উপস্থিতি হাজাৰজন শ্ৰোতাৰ সমান 

ইয়ো মোৰ অলংকাৰ 

ইয়ো মোৰ প্ৰেমাস্পদৰ ৰি ৰি ৰিওৱা হাজাৰ বছৰীয়া সভ্যতাৰ আঁচোৰ...

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা