ভোগালী,২০২৪

 মাঘ বিহু,২০২৪

ডাঠ কুঁৱলী

মন ভোগালী

ঢোলে ঢগৰে চুবুৰী কঁপিছে

ৰাতি মাজনিশালৈ


দিনৰ দিনটো কঁপিছে ঢেঁকী, খুবলি

কেৰাহিত ভাজিছে বিধে বিধে পিঠা আৰু পিঠা

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা