অকণমানি কনমানি

 অকণমানি কনমানি


(জীৱন বাটৰ লগৰীৰ জীৱন ভিত্তিক উপন্যাস)

ক)

পঢ়া-শুনা কৰ। পিছলৈ দা ল'ব লাগিব।‌সময়ৰ কাম সময়ত। পইচাত মা-দেউতা,ককাই ভাই নৌ এক্সকিউজ। তেনেকৈ পঢ়াটো কৰ। কথাখিনি মনত ৰাখ।‌জীৱন যুদ্ধত গৈ‌ থাক। বাপেৰ মাৰ ককায়েৰ বায়েৰে ভালকৈ নপঢ়িল। পইচা বা আন কাৰণত। তয়ে অলপ পঢ়। বংশৰ নাম উজ্জ্বল কৰ। ম'বাইল পিটিকি নাথাক। যি পাৰ কৰ। নহ'লে নিজক ভৱিষ্যতে বচাবি কেনেকৈ। টেঙৰ-ভেঙৰ হ।ভালপোৱাৰ অদ্ভূত শক্তি আছে। ইয়াক জীয়াই ৰাখা। আমি বিশ্বাসৰ শকত এনাজৰী লৈ আছোঁ। এনেকৈ থাকিম। চোনাক বুজাই থাকোঁ। আকৰি খং আছে। কিমান বলকিব। পিছত আকৌ মৰমেৰে মাতিব। আচলতে সেয়া সৰলতা। প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিয়ে মন গ'লে ৰৌদ্ৰ ৰূপ লয়। মই জয়দেউ কাকুতি কৰোঁ। এনেকৈ-প্লিজ(কান্দি২)মোক নামাৰিবা, তোমাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হৈছে। চোনা,অহাবছৰ কৰ্ট মেৰেজ কৰি দিম চোনা।

মোক শান্তিৰে কাম কৰিবলৈ দিয়া।

সকলো ঠিক হ'ব। অবুজন নহবা।

তুমি বেয়া কথা কোৱা দেউতাই শুনি গোটেই ৰাতি দোষ কৰি আছে। মোক এবছৰ সময় দিয়া আৰু নালাগে। মই যি ভুল কৰিছোঁ,মাফ কৰিবা,পাৰা যদি কিন্তু মোক নেৰিবা। মই একো কৰা নাই কষ্ট। মোক এৰি যোৱা, মই নেৰোঁ। হ'ব আমি অলপ দিন নীৰৱ হওঁ। ভগৱান শপত থৈ আহিছোঁ। ছোৱালী জনী, Good morning koliza

,চোনা পালোঁহি ভাত খাই শইকীয়া ছাৰৰ ঘৰলৈ যাম,আহিলোঁ চোনা,গম পোৱা নাই, চৰাইবাহী কলেজখন চাই আছোঁ

 মৰম বেছি বাঢ়িলহে চোনা,মোকো বেয়া নাপাবা সোনজনী,আমাক ঈশ্বৰে জোৰা লগাই দিছে,কোনো কাঢ়িব নোৱাৰে সোণজনী,ভাল হ'ব দিনবোৰ,দিনে ৰাতিয়ে কষ্ট কৰি আছোঁ, সফলতা আহিবই।

গুড গাৰ্ল, ঘৰলৈ ফোন/টেলিফোন কৰাহি, ঠিক আছে চোনা, ফোন কৰিম ৰ'বা চোনা, পাতিম ৰ'বা, কি বুলি চোনা,উম, এইবাৰ লৈ যাম দেহা, ময়ো যাম,তুমিও আহিবা। থাকিব দিব ই লাগিব। সকলোকে সমান দেখিবই লাগিব। আমি এনেকৈ হ'লে বাহিৰতে থাকিম আৰু কামবোৰ কৰিব দিয়া, সকলো ভাল হ'ব

। মা-দেউতা ই নাকী লগাব লাগে। ইমান দূৰ আনিছা,মাজতে ৰখাই নিদিবা। কাইলৈ ফোন কৰিম ক'বা চোনা। ভয় নকৰোঁ বাবেই ৰাতিয়েই উলিয়ায় পঠালোঁ। বুজা শক্তি হৈছিল কৈছোঁ। অলপ ৰেষ্ট দিয়া, বাইদেউলৈ পঠাই লৈ ৰ'বা অলপ,অলপ ৰ'বা

, কৰিছোঁ, তেনেকৈ নক'বা চোনা, মই অহৰহ কষ্টৰ ফল দিম তোমাক,মোৰ সাহস হৈ থাকা, ধৰা আকৌ চোনা, ফেচবুকত দিয়া। আন্তৰিক শুভেচ্ছা জনাইছোঁ সোণ। আৰু আগুৱাই যোৱা। কি হ'ল,চোনা

নয়নে দিয়াটোহে, নিছে,ঘৰলৈ যাওতে আনিম, ঘৰলৈ ফোন কৰোঁ চোনা, মোলৈ ফোন কৰা, অৰ্ডাৰ দিলা কৰিছিলা নেকি

পইছা আহিলে ল'বা নহ'লে মই লৈ যাম নেকি

আধাৰুৱা

উঠিলা নাই চোনা

 Cooking right now sweete

ধৰা চোনা

ঘৰলৈ গলা নে

 চোনা

ৰোমত

,ইমান দম যে চোনা- দাঢ়ি কাটি লওঁ।

খ)

চোনা -মানুহজনক বিপদত পৰিবলৈ নিদিয়ে। জি জান দি মৰমো কৰিব। হোৱাই নোহোৱাই গালিও পাৰিব। মৰমেৰে আদৰিও ল'ব। মানুহজন বঙালী নিচিনা। বুঢ়া হৈছে আৰু। লগৰবোৰ বাপেক মাক হ'ল। আমাৰ এওঁ চাকৰি হ'লেহে গদা ঘূৰাব হেনো। মোৰ চুলি কেঁচা হৈ থাকিবগৈ নে। সেয়া নাজানো। ময়ো তেৰাক দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিছোঁ হে প্ৰভূ আমাৰ ভাল কৰক। পৃথিৱীৰ সকলোৰে ভাল কৰক। মই নিজ স্বাৰ্থত কোৱা নাই। নকওঁ। সকলোৰে হৈ সেৱা আগবঢ়াই দিছোঁ। মানুহটোৱেও কমখন কষ্ট কৰিছেনে? গোটেই জীৱন কষ্ট। এদিন বঢ়িয়া ফল পাব বুলি আশা আছে। ঈশ্বৰে সকলোকে সহায় কৰে।‌আমাকো কৰিব। আমাৰ দৃষ্টি প্ৰগতিশীল হ'ব। সত্যৰ সৈতে একাকীত্ব। অন্যায়ৰ বিৰুদ্ধে সৰৱ।ডেকাল'ৰা শপত মদকী ভকত চোনাৰ ডআইলগ। চোনা -মোৰ পৃথিৱীৰ মানুহ। তাই সকলো জানে। মই নকলেও জানে। মই সঁচাই আচৰিত। তাই মই লক্ষীকলিজা বুলি কও। তাই হৃদয়ৰ সমস্ত মোক দিব বিচাৰে।‌ তাই মাত্ৰ সুখী হ'ব বিচাৰোঁ। মোক শক্তিশালী কৰিব বিচাৰে।‌ শক্তিশালী কৰি দিয়ে।


গ)

চোনাৰ আজিৰ দিনটো বহুত দোষৰ। সোমবাৰ ২০২৪ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত চিৰবিদায় মাগিলে। তেওঁ য'তে আছে চিৰশান্তি লাভ কৰক। পেৰেলাইছিজ ৰোগী। বহুত কষ্ট পালে, শেষত নেদেখা দেশলৈ গ'লগৈ। মোৰ দায়িত্ব বাঢ়িল। সৰ্বতোপ্ৰকাৰে মোৰ কলিজাক হৃদয়ৰ মণিকোঠাত ৰাখিম। সংযম হ'ম। তাই ভালপোৱা আৰু মই ভালপোৱা কামখিনি দুয়ো বুজাবুজিৰে আগবাঢ়িম।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা