সৌন্দর্য
সৌন্দর্য
অপেক্ষাৰো থাকে সৌন্দর্য
থাকে উদুলি-মুদুলি পদূলি
তাতে সৌ শিমলুকলাই
অকণ অকণকৈ বায়ুমণ্ডল ত
ঘূৰ্ণীয়মান হৈছে
ক'ৰ না ই তচনচ কৰিছে
পৃথিৱীৰ জৰায়ু;
এতিয়া বুজিবাই
তুমি কোন
মই কোন
? ? ?
ৰাজেন দাস
১৬) ৬) ২০২১
বেলগুৰি গাঁও
সৌন্দর্য
অপেক্ষাৰো থাকে সৌন্দর্য
থাকে উদুলি-মুদুলি পদূলি
তাতে সৌ শিমলুকলাই
অকণ অকণকৈ বায়ুমণ্ডল ত
ঘূৰ্ণীয়মান হৈছে
ক'ৰ না ই তচনচ কৰিছে
পৃথিৱীৰ জৰায়ু;
এতিয়া বুজিবাই
তুমি কোন
মই কোন
? ? ?
ৰাজেন দাস
১৬) ৬) ২০২১
বেলগুৰি গাঁও
Comments
Post a Comment