Book Review Get link Facebook X Pinterest Email Other Apps May 02, 2026 https://epaper.asomaditya.com/https://epaper.asomaditya.com/ Get link Facebook X Pinterest Email Other Apps Comments
গ্ৰাহক June 05, 2025 তেওঁ আহিছে। লংপেণ্ট আৰু সেউজীয়া টি চাৰ্ট পিন্ধি আহিছে। সদায় মানুহ অনা-নিয়া কৰে। পুৱাই কিবা এটা খায়েই যাত্ৰা আৰম্ভ কৰে। পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব আছে। গা-পা ধুই আজৰি হৈ আহিছে। মুখত সৌন্দৰ্য। এমোকোৰা হাঁহি। মই লক্ষ্য কৰিছোঁ মানুহে কিমান কষ্টকৰ দিন পাৰ কৰে। তথাপি মনত আনন্দ। বৰ কষ্টসাধ্য কাম কৰিলেও মুখৰ পৰা বিলুপ্ত হোৱা নাই - আমি যামেই যাম মামৰ গাঁৱলৈ .... আমি যামেই যাম মামৰ গাঁৱলৈ... আজি অলপ দিন গৈছে। মই সেইখন অ'টত উঠিয়েই বৰ্ণমালালৈ যাওঁ। মই -দাদা,আপোনাৰ চালকৰ কাম কিমান দিন হৈছে। দাদা -ভালেকিবছৰ হৈছে। মই -পঢ়া-শুনা? দাদা-কি ক'বা অলপ কৰিলোঁ। এতিয়া লাজেই লাগে সংসাৰৰ মায়া-মোহ,জালা -যন্ত্ৰণাৰ পৰা আৰু বন্দি জীৱন মই -অ দাদা-কিন্তু সুখী আমি। আজি আকৌ গগৈ দাদা হোটেলত তেওঁক লগ পালোঁ। আঁতৰৰ পৰাই মাত দিলে - দাদা -ভাইটি কি খবৰ মই -ভাল, ভাল দাদা -সিদিনা প্ৰশ্ন ধেৰ শুনিছিলা। মই -হা হা,অ দাদা -পিছে মনত ৰ'ল নে নাই। মই -অলপ অচৰপ দাদাই ৰুটি ভাজি ,কিমা খাবলৈ আহিছে। দাম কিমান মিলাই-৪৫ টকা দাদা -খুৰী, পুৰি দিয়ক খুৰী-অ,বহাচোন,দি আছোঁ। দাদাই বহি ল'লে মই ভা... Read more
প্ৰেম, মাজুলী November 28, 2023 এহাল প্ৰেমিকা আহিছে। মানে মাজুলীৰ গৰমূৰৰ পৰা ঢকূৱাখানালৈ আহিছে। বয়স ইমান নহয়। খুব বেছি ১৬ ছোৱালী আৰু ল'ৰাৰ ১৯ মান হ'ব। মই প্ৰথমে ভায়েক ভনীয়েক বুলি ভাবিছোঁ। তেওঁলোকে ফোনত মিছিং ভাষাত কথা পাতোতে ধৰিব পাৰিলোঁ। দুয়োৰে ইটো সিটো ক চোৱা চাৱনি বৰ ৰোমান্টিক আছিল। নিজৰ প্ৰেমিকালৈ মনত পৰি যাব। মাজে মাজে ছোৱালীজনীয়ে ল'ৰাটোক চুমা খাব বিচাৰে। সুবিধা পোৱা নাই। গোটেই গা টো ল'ৰাটোৰ গা ত দি দিয়া যেন কৰে। মাজে মাজে ঘৰৰ পৰা ফোন আহে। যেন আমনি কৰে। অৱশ্যে দুয়োজন ৰাস চাই ভাগৰ লগা যেন অনুমান হৈছিল। কিন্তু চকু কুতৰলৈকে সোমোৱাৰ চিন পোৱা নাই। ল'ৰাটোৱে পেকেট খাই খাই বাৰে বাৰে পিক পেলোৱা দি পেলাই আহিছে। মোৰ আমনি লাগি গৈছে। লোকৰ ঠাই তাতেই উদঙঈয়আ ল'ৰা ছোৱালী ক একো নোকোৱাকৈ থকাই মংগল। ওলোটাই পাঠ পঢ়াব। পঢ়া-শুনা কৰি থকা যেনো লাগে। মোৰ মুখখন সিহঁতৰ ফালে। বহাৰ চিটেই তেনে। মোৰ যেনিবা ডাঙৰ বেগে এই দিশত সহায় কৰি দিছে। ছোৱালীজনীয়ে ল'ৰাটোক শুৱাই লৈ গৈছিল। তাই ল'ৰাটোক বাৰে বাৰে আমনি দিছিল। কাণৰ ফুপত কিবাকিবি কয়। মাগুৰবৰণীয়া দুয়ো এসময়ত ফোনটোত কিবাকিবি চাই হাঁহি থাকে। ইটোৱে সিটোক... Read more
বগীবিল দলং October 13, 2023 সৌ যে দেখিছে চিন নিচিনকৈ মোৰো দৃষ্টি তাত বিচাৰি আছোঁ পূৰাবলৈ পাম নে দূৰদিগন্তৰ চাৰে গা মা পা ধা নী তায়ো তাকে কয় আৰু প্ৰতিদিনে দ্বন্দ লাগে নিজক জিলিকাবলে লুইতৰ পাৰ (মোৰ জীৱনৰ প্ৰিয়নাৰী ৰেখামণি কলিজালৈ মৰমেৰে আগবঢ়ালোঁ) Read more
Comments
Post a Comment