পাৰ্থৰ ছবিৰ হৈ কবিতা

 ক্লান্ত হৈ পৰা নাই সুৰৰে নৈ

বুকুজুৰি বৈ আছে তীৰৰে হৈ

এতিয়াও সৃষ্টিৰ আলেখ-লেখ

শিপাই আছে ঋতুৱে ঋতুৱে

বৈ থকা অমল অমল সুৰীয়া আৱেশৰে...

১৩-৪-২০২৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা