বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰছাৰ

 শুভ জন্ম দিন ছাৰ।

সদায় কুশলে থাকক।

ছাৰ, আপোনাক নাহৰৰ দেশত লগ পোৱাৰ ক্ষুদ্ৰ স্মৃতিখিনি থৈ দিছোঁ এনেকৈয়ে ---


(লগ পালোঁ এদিন ।

নাপাহৰোঁ সেইদিন ।

সাংঘাতিক বুলি ক'লে সেইদিন ।

নাপাহৰোঁ কোনোদিন। 

যদিও ভাবিব এৰা নাই সেইটো আছিল কি দিন।)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা