মনকথা

 নৈপৰীয়া হৃদয়ত একোপাহি কোমল দলিচা পাৰি থাকোঁ 

তাতেই আহি কৃষ্ণ গোসাঁই লেপেতাখাই বহে 

মনে মনে উশাহ-নিশাহ জুখি-মাখি সেউজ সংকেত দি থাকে...

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা