পিতাই২

 আত্মাই চিৰশান্তি লাভ কৰক 🙏😭

(মই গাঁৱৰ পৰা বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰোঁতে (সম্বন্ধত মা'ৰ খুৰাক আছিল) মই মৰমতে পিতাই পিতাই বুলি মাতষাৰ দি আহোঁ। এতিয়া সেই পিতাইৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছোঁ। পিতাই আপুনি য'তেই আছে চিৰশান্তি লাভ কৰক।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা